গোলাঘাট,14 জুনঃ গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাক দেখা গল অন্যৰূপত । চাহ জনজাতি ছাত্ৰ সন্থাই আয়োজন কৰা শ্বহীদ বেজা বৈষ্ণৱৰ স্মৃতি চাৰণ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰে নুমলীগড় চিকিৎসালয় ৷ চিকিৎসালয় পৰিদৰ্শন কৰা সময়ছোৱাত ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে নুমলীগড় চাহ বাগিচাত উপস্থিত হৈ বাগিচাখনৰ শ্ৰমিকসকলৰ বিভিন্ন অভাৱ,অভিযোগৰ বুজ লয় । লক্ষণীয়ভাৱে, নুমলীগড় চাহ বাগিচাৰ জটিল ৰোগত ভুগি থকা এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীক তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে মন্ত্ৰী গৰাকীয়ে ।
নুমলীগড় চাহ বাগিচাত কৃষি মন্ত্ৰী অতুল বৰা - atul-bora
বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে বাগিচাৰ চিকিৎসালয় পৰিদৰ্শনত ব্যস্ত কৃষি মন্ত্ৰীগৰাকী
গোলাঘাট,14 জুনঃ গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাক দেখা গল অন্যৰূপত । চাহ জনজাতি ছাত্ৰ সন্থাই আয়োজন কৰা শ্বহীদ বেজা বৈষ্ণৱৰ স্মৃতি চাৰণ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰে নুমলীগড় চিকিৎসালয় ৷ চিকিৎসালয় পৰিদৰ্শন কৰা সময়ছোৱাত ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে নুমলীগড় চাহ বাগিচাত উপস্থিত হৈ বাগিচাখনৰ শ্ৰমিকসকলৰ বিভিন্ন অভাৱ,অভিযোগৰ বুজ লয় । লক্ষণীয়ভাৱে, নুমলীগড় চাহ বাগিচাৰ জটিল ৰোগত ভুগি থকা এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীক তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে মন্ত্ৰী গৰাকীয়ে ।
Byte 2 - ৰুগীয়া ছাত্ৰী পিতৃConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি etv Bharat , অসম