ETV Bharat / state

গোলাঘাটত বিষাক্ত সুৰা সেৱন কৰি মৃত্য়ুৰ সংখ্য়া বৃদ্ধি ৩৬ জনলৈ - Golaghat

অবৈধ সুৰা ঘাটিয়ে প্ৰাণ ল'লে বহুলোকৰ

সুৰা সেৱন কৰি মত্য়ু
author img

By

Published : Feb 23, 2019, 9:24 AM IST

গোলাঘাট,২৩ ফেব্ৰুৱাৰীঃ গোলাঘাটৰ শালমৰা চাহ বাগিচা আৰু মেৰাপানী গোবিনপুৰত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে৩৬ জনলৈ। এতিয়াও বহুলোক চিকিৎসাধীন।

উল্লেখ্য় যে গোলাঘাটৰ শালমৰা চাহ বাগিছাত অবৈধ চুলাই মদ সেৱন কৰি বহুলোকে প্ৰাণ হেৰুৱাব লগা হৈছে কিন্তু শ্ৰমিক তথা স্থানীয় ৰাইজে বহুতো আপিল কৰাৰ পিছতো প্ৰশাসন তথা গোলাঘাটৰ আৰক্ষীয়ে কোনো ব্য়ৱস্থা নোলোৱাত ক্ষুদ্ধ হৈ পৰিছে।

Desk. গোলাঘাটৰ শালমৰা চাহ বাগিচা আৰু মেৰাপানী গোবিনপুৰৰ মৃত্যু সংখ্যা ৩৬ জনলৈ বৃদ্ধি
শনিবাৰে গোলাঘাটৰ চিকিৎসালয়ত মাইনু পূজৰ, কাজল বাউৰী, অনিল বাউৰী, বিনন পূজৰ আৰু দুলু ৰয়ৰ মৃত্যু।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.