দেৰগাঁও , 25 মে' : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত কলা ,বিজ্ঞান আৰু বৃত্তিমূলক শাখাত 100% উত্তীৰ্ণৰে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সফলতা ৷ তিনিওটা শাখাতে 100% উত্তীৰ্ণৰে জিলাখনৰ ভিতৰতে গৌৰৱ কঢ়িয়াইছে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ কলা শাখাত ৯১গৰাকী ,বিজ্ঞান শাখাত ১১ আৰু বাণিজ্য শাখাত অৱতীৰ্ন হোৱা ৬ গৰাকী পৰীক্ষাৰ্থীসকলৰ 100% ই উত্তীৰ্ণ হয় পৰীক্ষাত ৷ বিদ্যালয়খনে প্ৰতিষ্ঠা কালৰে পৰা বহু অসুবিধাৰ মাজেৰে আগবাঢ়ি গৈ এনেদৰে ফলাফল লাভ কৰিবলৈ সক্ষম হোৱাত বিদ্যালয়খনৰ অধ্যক্ষ অনুপ বৰঠাকুৰৰ দক্ষতাক সকলোৱে শলাগ লয় । আনহাতে বিজ্ঞান শাখাৰ পৰীক্ষাগাৰ উচ্চ পৰ্যায়ৰ নোহোৱাৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ পৰীক্ষাসমূহ কৰাত দীৰ্ঘদিন ধৰি বাধাৰ সন্মুখীন হৈ আহিছে । আজিৰ এই ফলাফল ঘোষণাৰ পাচতেই স্থানীয় সচতেন ৰাইজে এই বিষয়ত সংশ্লিষ্ট কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় ।
দেৰগাঁৱত চৰকাৰী বিদ্যালয়ৰ সফলতা - চৰকাৰী বিদ্যালয়
কলা ,বিজ্ঞান আৰু বৃত্তিমূলক শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সফলতা
দেৰগাঁও , 25 মে' : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত কলা ,বিজ্ঞান আৰু বৃত্তিমূলক শাখাত 100% উত্তীৰ্ণৰে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সফলতা ৷ তিনিওটা শাখাতে 100% উত্তীৰ্ণৰে জিলাখনৰ ভিতৰতে গৌৰৱ কঢ়িয়াইছে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ কলা শাখাত ৯১গৰাকী ,বিজ্ঞান শাখাত ১১ আৰু বাণিজ্য শাখাত অৱতীৰ্ন হোৱা ৬ গৰাকী পৰীক্ষাৰ্থীসকলৰ 100% ই উত্তীৰ্ণ হয় পৰীক্ষাত ৷ বিদ্যালয়খনে প্ৰতিষ্ঠা কালৰে পৰা বহু অসুবিধাৰ মাজেৰে আগবাঢ়ি গৈ এনেদৰে ফলাফল লাভ কৰিবলৈ সক্ষম হোৱাত বিদ্যালয়খনৰ অধ্যক্ষ অনুপ বৰঠাকুৰৰ দক্ষতাক সকলোৱে শলাগ লয় । আনহাতে বিজ্ঞান শাখাৰ পৰীক্ষাগাৰ উচ্চ পৰ্যায়ৰ নোহোৱাৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ পৰীক্ষাসমূহ কৰাত দীৰ্ঘদিন ধৰি বাধাৰ সন্মুখীন হৈ আহিছে । আজিৰ এই ফলাফল ঘোষণাৰ পাচতেই স্থানীয় সচতেন ৰাইজে এই বিষয়ত সংশ্লিষ্ট কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় ।
দেৰগাঁও ২৫ মে
যিসময়ত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিৱাবক সকলৰ অনিহা দিনক দিনে বৃদ্বি পাইছে তেনে সময়তে দেৰগাঁও উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ে আজি ঘোষিত হোৱা উচ্চত্তৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিশেষ গুৰুত্বপুৰ্ন স্থান দখল কৰি জিলা খনৰ ভিতৰতে গৌৰৱ অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে । উচ্চত্তৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল লাভ কৰি গৌৰাম্বিত হৈ পৰিছে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়ত্ৰী সকল ।বিদ্যালয় কতৃপক্ষৰ পৰা পোৱা তথ্য মতে গোলাঘাট জিলাৰ ভিতৰতে বিদ্যালয় খনে কলা ,বিজ্ঞান আৰু বৃত্তীমুলক (vocational )শাখাত অৱতীৰ্ন হোৱা ছাত্ৰ ছাত্ৰীৰ এশ শতাংশ উৰ্তীন হয় ।উল্লেখযোগ্য যে কলা শাখাত অৱতীৰ্ন হোৱা ৯১গৰাকী ,বিজ্ঞান শাখাত ১১আৰু বৃত্তিমুলক শাখাত ৬ গৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰতি গৰাকীয়েই উৰ্তীন হয় ।তিনিও টা শাখাত এশ শতাংশ উৰ্তীন হোৱা বিদ্যালয় হিচাপে গোলাঘাট জিলাৰ ভিতৰত একমাত্ৰ চৰকাৰী অসমীয়া মাধ্যমৰ দেৰগাঁও উচ্চত্তৰ মাধ্যমিক বিদ্যালয় ।বিদ্যালয় খন প্ৰতিষ্ঠা কালৰে পৰা বহু অসুবিধাৰ মাজেৰে আগবাঢ়ি গৈ এনে দৰে ফলাফল দিবলৈ সক্ষম হোৱাত বিদ্যালয় খনৰ অধ্যক্ষ অনুপ বৰঠাকুৰৰ দক্ষতাক সকলোয়ে শলাগ লয় ।আনহাতেদি বিজ্ঞান শাখাৰ পৰীক্ষাগাৰ উচ্চ পৰ্যায়ৰ নোহোৱাৰ বাবেও ছাত্ৰ ছাত্ৰী সকলে বিজ্ঞানৰ পৰীক্ষা সমুহ কৰাত কিছু বাধাৰ সন্মুখিন হৈ আহিছে দীৰ্ঘ দিনৰে পৰা ।আজিৰ এই শুভ মুহুৰ্তৰ মাজতেই স্থানীয় সচতেন ৰাইজে এই বিষয়ত সংশ্লিষ্ট কতৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে আহ্বান জনাই ।Conclusion:বিদ্যালয় খনে দেৰগাঁও লৈ গৌৰৱ কঢ়িয়াই আনে