ETV Bharat / state

গোলাপ ফুলৰে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ 13 গৰাকী লোকক

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ শ্ৰী বাঙ্গোৰ হাইস্কুলত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা 13 গৰাকী লোকক হোম কোৱাৰেন্টাইনলৈ পঠোৱা হয় ৷ কভিড-19 ৰ ফলাফল নিগেটিভ অহাৰ পিছতে প্ৰশাসনৰ ফালৰ তেওঁলোকক এই নিৰ্দেশ প্ৰদান কৰা হয় ৷

author img

By

Published : Jun 1, 2020, 9:33 PM IST

Tingkhong Dispatch Home Quarantine 13 patient
গোলাপ ফুলৰে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ 13 গৰাকী লোকক

টিংখাঙ, 1 জুন : সোমবাৰে টিংখাঙত কোৱাৰেন্টাইন হৈ থকা 13 গৰাকী লোকক হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয় ৷ বহি:ৰাজ্যৰ পৰা আহি ডিব্ৰুগড় জিলাৰ টিংখাঙৰ শ্ৰী বাঙ্গোৰ হাইস্কুলত কোৱাৰেণ্টাইন হৈ থকা লোক কেইজনৰ কভিড-19 ৰ ফলাফল নিগেটিভ অহৰ পিছতেই তেওঁলোকক হোম কোৱাৰেন্টাইন হ'বলৈ প্ৰশাসলনৰ ফালৰ পৰা নিৰ্দেশ দিয়া হয় ৷

টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই এপাহ গোলাপ ফুলৰে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা আটাই কেইগৰাকীক বিদায় দিয়াৰ লগতে প্ৰশাসনৰ সকলো নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই ৷

লগতে পঢ়ক : কৰিমগঞ্জত বিদ্যুৎ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.