ETV Bharat / state

ডিব্ৰুগড়ত সদৌ অসম মটক ছাত্র সন্থাৰ ২৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস - সদৌ অসম মটক ছাত্র সন্থা

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত পুৱাই পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে বিয়লি অনুষ্ঠিত হ'ব লগা মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ১৬ গৰাকী বৰণ্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব ।

ডিব্ৰুগড়ত সদৌ অসম মটক ছাত্র সন্থাৰ ২৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

author img

By

Published : Jan 23, 2021, 7:42 AM IST

ডিব্ৰুগড়,23 জানুৱাৰী : ডিব্ৰুগড় লাহোৱাল এচকে এছ ইংলিছ একাডেমীৰ প্ৰেক্ষাগৃহত সদৌ অসম মটক ছাত্র সন্থাৰ ২৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজনৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ।

শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত পুৱাই পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে বিয়লি অনুষ্ঠিত হ'ব লগা মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ১৬ গৰাকী বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। তদুপৰি সন্ধিয়ালৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সামৰণি পৰিব বুলি সদৌ অসম মটক ছাত্র সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব‌ই জনাইছে ।

লগতে পঢ়কঃ মাজ নিশা গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.