ETV Bharat / state

ডিব্ৰুগড়ত জনতা কাৰ্ফিউৰ প্ৰতি সহাঁৰি ৰাইজৰ

author img

By

Published : Mar 22, 2020, 8:46 AM IST

কৰ’ণা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে 22 মাৰ্চত জনতা কাৰ্ফিউৰ আহ্বান জনাইছে ৷ উক্ত আহ্বানৰ প্ৰতি সমৰ্থন জনাইছে ডিব্ৰুগড়ত অৱস্থিত চাহ বাগিচাৰ বাসিন্দাসকলে ৷

Covid 19
জনতা কাৰ্ফিউ

ডিব্ৰুগড়,22 মাৰ্চঃ জনতা কাৰ্ফিউৰ প্ৰতি সমৰ্থন ডিব্ৰুগড়ৰ চাহ বাগিচা অধ্যুষিত অঞ্চলৰ বাসিন্দাসকলৰ ৷ তুলনামুলকভাৱে উক্ত অঞ্চলসমূহত সজাগতাৰ অভাৱ যদিয়ো বাগিছাৰ ৰাইজৰ মাজত সজাগতা দেখা পোৱা গৈছে ৷ ফলত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই ঘৰতে থকাৰ সিদ্ধান্ত গ্ৰহণ অসমৰ সৰ্বাধিক বাগিছা থকা জিলা হিচাপে পৰিচিত ডিব্ৰুগড়ৰ ৰাইজৰ ।

জনতা কাৰ্ফিউৰ প্ৰতি সহাঁৰি

লগতে চাওকঃ কৰ'ণা ভাইৰাছক লৈ অসম কেবিনেটৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.