ETV Bharat / state

খোৱাঙৰ বুঢ়ীদিহিঙৰ পাৰত ন-খোৱা উৎসৱ - ন-খোৱা

মৰাণ সমষ্টিৰ একাংশ যুৱক একত্ৰিত হৈ খোৱাঙৰ লেজাই-কলাখোৱাকে আদি কৰি বানপিড়ীত লোকক লৈ এসাঁজ ন-ভাত খোৱাবৰ বাবে বুঢ়ীদিহিঙৰ পাৰত অনুষ্ঠিত কৰে পৰম্পৰাগত ন-খোৱা উৎসৱ ৷

ন-খোৱা
ন-খোৱা
author img

By

Published : Dec 18, 2020, 7:54 PM IST

মৰাণ, 18 ডিচেম্বৰ: অসমৰ গ্ৰাম্যজীৱনৰ এক পৰম্পৰা ন-খোৱা ৷ মৰাণ সমষ্টিৰ একাংশ যুৱক একত্ৰিত হৈ ব্যতিক্ৰমীভাৱে খোৱাঙৰ বুঢ়ীদিহিঙৰ পাৰত শুকুৰবাৰে অনুষ্ঠিত কৰে ন-খোৱা উৎসৱ ৷ খোৱাঙৰ লেজাই-কলাখোৱাকে আদি কৰি বহু বানপিড়ীত বহু লোকৰ ন খাবলৈ এমুঠি চাউল নথকাত উদ্যমী যুৱকসকলে সকলোকে এসাঁজ ন-ভাত খোৱাবৰ বাবে বুঢ়ীদিহিঙৰ পাৰত অনুষ্ঠিত কৰে পৰম্পৰাগত উৎসৱটি ৷

খোৱাঙৰ বুঢ়ীদিহিঙৰ পাৰত ন-খোৱা উৎসৱ
খোৱাঙৰ বুঢ়ীদিহিঙৰ পাৰত ন-খোৱা উৎসৱ

পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মৰাণ সমষ্টিৰ বহু লোক উপস্থিত থাকি আনন্দ-উলাহেৰে তৃপ্তিৰে এসাঁজ ভোজন কৰে ৷ অনুষ্ঠান উপস্থিত থাকে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিজিত সন্দিকৈকে ধৰি বহু কেইগৰাকী সাংবাদিক আৰু বিশিষ্ট ব্যক্তি ৷

খোৱাঙৰ বুঢ়ীদিহিঙৰ পাৰত ন-খোৱা উৎসৱ
খোৱাঙৰ বুঢ়ীদিহিঙৰ পাৰত ন-খোৱা উৎসৱ

লগতে পঢ়ক: পথাৰ আৰু বজাৰ দখলৰ চিন্তাৰে আগবাঢ়িছে জান চাৰিঙীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.