ETV Bharat / state

প্ৰয়োজনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ সৈতে ঐক্যবদ্ধ সংগ্ৰামত নামিব আছুঃ লুৰিণজ্যোতি গগৈ - হিমন্ত বিশ্ব শৰ্মা

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া ৷ প্ৰয়োজনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ সৈতে ঐক্যবদ্ধ সংগ্ৰামত নমাৰ হুংকাৰ ছাত্ৰ নেতাগৰাকীৰ ৷

প্ৰয়োজনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ সৈতে ঐক্যবদ্ধ সংগ্ৰামত নামিব আছুঃ লুৰিণজ্যোতি গগৈ
author img

By

Published : Sep 24, 2019, 7:38 PM IST

ডিব্ৰুগড়, 24 ছেপ্টেম্বৰঃ সোমবাৰে শিলচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিল আইনত পৰিণত কৰিব বুলি ঘোষণা কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে,

'' যদি কোনে বাধা নাহে, তেতিয়া হ’লে নাগৰিকত্ব সংশোধনী বিধেয়কখন নৱেম্বৰত গৃহীত কৰা হ’ব'' ৷

মংগলবাৰে নাহৰকটীয়াত এই সংক্ৰান্তত লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,

''বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই নিজ নিজ স্বাৰ্থত হিন্দু আৰু মুছলমান বাংলাদেশী সকলক নাগৰিকত্ব দিয়াৰ পোষকতা কৰি আহিছে ৷ কিন্তু ১৯৭১ চনৰ পিছত অহা কোনো লোককে নাগৰিকত্ব নিদিয়াৰ স্থিতি স্পষ্ট কৰিছে আছুৱে ।''

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

আনহাতে যদিহে কেন্দ্ৰীয় চৰকাৰে এই বিলখন আইনত ৰূপায়ন কৰাৰ চেষ্টা কৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ লগত ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ চলাই যাব ।

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়াঃ
প্ৰয়োজনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বাসীৰ সৈতে ঐক্যবদ্ধ সংগ্ৰামত নামিব আছুঃ

সোমবাৰে শিলচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিল আইন ত পৰিণত হব বুলি ঘোষণা কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লোৰিন জ্যোতি গগৈয়ে। মংগলবাৰে নাহৰকটীয়াত এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই নিজ নিজ স্বাৰ্থত হিন্দু আৰু মুছলমান বাংলাদেশী সকলক নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছে বুলি অভিযোগ কৰি ১৯৭১ চনৰ পিছত অহা কোনো লোককে নাগৰিকত্ব নিদিয়াৰ আছুৰ স্থিতি স্পষ্ট কৰে। আনহাতে যদিহে কেন্দ্ৰীয় চৰকাৰে এই বিল খন আইনত ৰূপায়িত কৰাৰ চেষ্টা কৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বাসীৰ লগত ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ চলাই যাব ।

Byte. লুৰিণজ্যোতি গগৈ৷Body:DOConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.