ডিব্ৰুগড়,27 মাৰ্চ : লকডাউনৰ পাছতো অনাহকতে আলিবাটত ঘূৰি ফুৰাৰ পৰিণতিত শুকুৰবাৰে ডিব্ৰুগড়ত ৰঙাঘৰলৈ যায় তিনিজন। জিলাখনৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হয় লোক কেইজনক ৷ উল্লেখ্য যে, ডিব্ৰুগড়ৰ লগতে বহু স্থানত বৰ্তমানেও ৰাইজৰ মাজত সজাগতা অভাৱ সেয়ে এনে পৰিস্থিতি সৃষ্টি হোৱা দেখা গৈছে ৷ আনহাতে,ভাইৰাছৰ প্ৰতিৰোধক হিচাপে জিলাখনত প্ৰশাসনে চেনিটাইজেশ্যনৰ ব্যৱস্থা অব্যাহত ৰাখিছে ।
ল'কডাউনৰ তৃতীয় দিনঃ ডিব্ৰুগড় জিলাৰ সামগ্ৰীক পৰিবেশ - ডিব্ৰুগড়ত ৰঙাঘৰলৈ
ডিব্ৰুগড় জিলাত লকডাউন ভংগকাৰীক আটক ৷ ৰাইজৰ মাজত সজাগতা অভাৱ সেয়ে এনে পৰিস্থিতি সৃষ্টি হোৱা দেখা গৈছে জিলাখনত ৷
ডিব্ৰুগড় জিলাৰ সামগ্ৰীক পৰিবেশ