ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাঙত মানৱ শৃংখল

মঙলবাৰে টিংখাঙত একাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক নেতা অখিল গগৈ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয় ৷ অখিল গগৈক মুক্তি দিয়ক,বিজেপি চৰকাৰ হুচিয়াৰ,বিজেপি গ'বেক,আৰ এছ এছ হুচিয়াৰ,'কা' আমি নামনো আদি শ্লো'গানেৰে বিজেপি চৰকাৰক সমালোচনা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তোলে ৷

author img

By

Published : Jul 28, 2020, 4:34 PM IST

KMSS PROTEST AT TINKHONG
অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাঙত মানৱ শৃংখল

টিংখাং,28 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ সময়তে মংগলবাৰে টিংখাঙত একাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক নেতা অখিল গগৈ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয় ৷

কৃষক মুক্তি,নাৰী মুক্তি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ টিংখাং আঞ্চলিক সমিতিয়ে টিংখাঙৰ ৰাজগড়ত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে এই প্ৰতিবাদ সাব্যস্ত কৰে । অখিল গগৈক মুক্তি দিয়ক,বিজেপি চৰকাৰ হুচিয়াৰ,বিজেপি গ'বেক,আৰ এছ এছ হুচিয়াৰ,'কা' আমি নামনো আদি শ্লো'গানেৰে বিজেপি চৰকাৰক সমালোচনা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তোলে ৷

উল্লেখ্য যে,কৃষক নেতা অখিল গগৈক মাওবাদীৰ সন্দেহৰ গোচৰত ডিচেম্বৰ NIA ৰ আদালতে গ্ৰেপ্তাৰ কৰিছিল ৷ লগতে,নেতা গৰাকীৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰাৰ বাবে বহু কেইটা গোচৰও ৰুজু হৈছিল ৷

লগতে পঢ়ক : কাকপথাৰ প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত চুৰি কাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.