ETV Bharat / state

শদিয়াত খাদ্যত বিষক্ৰিয়াঃ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন বহুজন - শদিয়া

অসুস্থ শিশু সকলৰ ভিতৰত মুন পেগু নামৰ ছয় বছৰীয়া শিশুটি সংকটজন বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ,শদিয়া অমৰপুৰৰ টেলিয়াবাৰীৰ গাঁৱৰ জিতেন কুটুম নামৰ ব্যক্তিজনৰ ঘৰত বিগত ৭ জুন তাৰিখে কীৰ্তনপাঠ অনুষ্ঠান অনুষ্ঠিত হৈছিল ।

শদিয়াত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ 64জন
author img

By

Published : Jun 10, 2019, 11:50 PM IST

ডিব্ৰুগড়, 10 জুনঃ শদিয়া অমৰপুৰ টেলিয়াবাৰীত দেওবাৰে খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে 64 জন লোক ৷ আটাইকেইজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হয় । ইয়াৰে 32জন প্ৰাপ্ত বয়স্ক আৰু 34টা শিশু। অসুস্থ লোক সকলক শদিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

শদিয়াত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ 64জন

অসুস্থ শিশু সকলৰ ভিতৰত মুন পেগু নামৰ ছয় বছৰীয়া শিশুটি সংকটজন বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ,শদিয়া অমৰপুৰৰ টেলিয়াবাৰীৰ গাঁৱৰ জিতেন কুটুম নামৰ ব্যক্তিজনৰ ঘৰত বিগত ৭ জুন তাৰিখে কীৰ্তনপাঠ অনুষ্ঠান অনুষ্ঠিত হৈছিল । উক্ত গাঁৱৰ লোকসকলে সেই অনুষ্ঠানত বুট মাহ খোৱাৰ পিছতে লাহে লাহে অসুস্থ পৰে লোক কেইজন।

A_Dib_10jun_805to811_Food_ poisoning_AMCH_jesim

7files including one byte on ftp

 :শদিয়া অমৰপুৰ টেলিয়াবাৰীত দেওবাৰে খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হোৱা 64জনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হয়। ইয়াৰে 32জন প্ৰাপ্ত বয়স্ক আৰু 34টা শিশু। অসুস্থ লোক সকলক শদিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।  অসুস্থ  শিশু সকলৰ  ভিতৰত  মুন পেগু নামৰ ছয় বছৰীয়া শিশুটিক সংকটজন বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ,শদিয়া অমৰপুৰৰ টেলিয়াবাৰীৰ গাঁৱৰ জিতেন কুটুম নামৰ ব্যক্তিজনৰ ঘৰত যোৱা ৭ জুন তাৰিখে কীৰ্তনপাঠ অনুষ্ঠান অনুষ্ঠিত হৈছিল । উক্ত  গাঁৱৰ  লোক সকলে সেই অনুষ্ঠানত  বুট মাহ খোৱাৰ পিছতে লাহে লাহে অসুস্থ পৰে । বুট মাহ খাই আক্ৰান্ত হৈ পৰা লোক সকল জ্বৰ , মুৰৰ বিষ , বমি ইত্যাদি লক্ষণে দেখা দিছিল । দুদিন ধৰি অসুস্থ লোক সকলক প্ৰথমে স্থানীয় প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছিল যদিও স্বাথ্যৰ উন্নতি নোহোৱাত যোৱা নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।অসম চিকিৎসা মহাবিদ্যালয়ত শিশু ৰোগ আৰু শিশু শল্য চিকিৎসা বিভাগত চিকিৎসাধীন হৈ থকাৰ লগতে মুন পেগু নামৰ শিশু টিৰ অৱস্থা সংকট জনক বুলি চিকিৎসকে জানিবলৈ দিছে।অসম চিকিৎসা মহাবিদ্যালয়ত কেইবাজনো বিশেষজ্ঞ চিকিৎসকৰ অধীনত চিকিৎসাধীন হৈ থকা লগতে এটি শিশুৰ অৱস্থা সংকটজনক বুলি কয়  অধ্যক্ষ ডা° হিৰণ্য কুমাৰ গোস্বামীয়ে।

Byte:- ড°হিৰণ্য কুমাৰ গোস্বামী।  Principal, AMCH

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv bharat Assam 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.