ETV Bharat / state

কৰ'ণা আতংক : বানৰ সময়ত ভয়াৱহ হ'ব নেকি পৰিস্থিতি !

author img

By

Published : May 11, 2020, 5:34 PM IST

2019 চনত হোৱা বিধ্বংসী বানে কোঙা কৰিছিল ৰাজ্যবাসীক ৷ চলিত বৰ্ষৰ COVID 19 ৰ হ'টস্পট , ৰে'ড জ'ন অথবা কন্টেইনমেন্ট জ'নসমূহ যেনে.. বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, কামৰূপ মেট্ৰ', যোৰহাট, কাছাৰ, কৰিমগঞ্জ ইত্যাদি ৷ ইয়াৰ ভিতৰত কামৰূপ মেট্ৰ'ক বাদ দিলে আন কেইখন জিলা কম বেছি পৰিমাণে বাৰিষা বানত বুৰ যায় ৷ গতিকে বানৰ সমান্তৰালকৈ এইবাৰ বাৰিষাত কৰ'ণাৰ বিৰুদ্ধেও যুঁজিবলগীয়া হ'ব অসমৰ বন্যাৰ্তই ৷

Flood can spread COVID 19 DU research scholar Twittes CM and Himanta biswa sarma
সাহাৰ্য শিবিৰত কিদৰে সামাজিক দূৰত্ব বজাই ৰাখিব বন্যাৰ্তই ?

ডিব্ৰুগড়, 11 মে': ৰাজ্যত কৰ'ণা বিভিষিকা মাৰ নৌযাঁওতেই সমাগত বাৰিষা ৷ বাৰিষা বুলিলেই ৰাজ্যত বানৰ সংহাৰ ৷ ইতিমধ্যে প্ৰাক বাৰিষাতে মথাউৰি খহনীয়াৰ ফলত শংকিত হৈ পৰিছে ৰাজ্যবাসী ৷ অপৰিষ্কাৰ পানীত দীৰ্ঘদিনলৈ থাকিব COVID 19 ৰ অৱস্থিতি ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰাই কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণাৰ আলম লৈ সদৰি কৰিছে এই তথ্য ৷

ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্পৰ্শকাতৰ বিষয়টো লৈ টুইট কৰিছে গৱেষক ছাত্ৰী গৰাকীয়ে। অপৰিষ্কাৰ পানীত দীৰ্ঘদিনলৈ থাকিব COVID 19 ৰ অৱস্থিতি ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰাই কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণাৰ আলম লৈ সদৰি কৰিছে এই তথ্য ৷ মুঠতে ধ্বংসযজ্ঞৰ বাবে সাজু হ'বলৈ হৈছে ৰাজ্যবাসী ৷

2019 চনত হোৱা বিধ্বংসী বানে কোঙা কৰিছিল ৰাজ্যবাসীক ৷ চলিত বৰ্ষৰ COVID 19 ৰ হ'টস্পট , ৰেড জ'ন অথবা কন্টেইনমেন্ট জ'নসমূহ যেনে.. বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, কামৰূপ মেট্ৰ', যোৰহাট, কাছাৰ, কৰিমগঞ্জ ইত্যাদি ৷ ইয়াৰ ভিতৰত কামৰূপ মেট্ৰ'ক বাদ দিলে আন কেইখন জিলা কম বেছি পৰিমাণে বাৰিষা বানত বুৰ যায় ৷ গতিকে বানৰ সমান্তৰালকৈ এইবাৰ বাৰিষাত কৰ'ণাৰ বিৰুদ্ধেও যুঁজিবলগীয়া হ'ব অসমৰ বন্যাৰ্তই ৷ উল্লেখ্য যে, সকলো তথ্য ইতিমধ্যে ৰাজ্য চৰকাৰক প্ৰেৰণ কৰি ইয়াৰ সত্য-সত্যতা নিৰিক্ষণ কৰাৰ লগতে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : দহ মাহ ধৰি চকুলো আঁতৰা নাই এগৰাকী মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.