ETV Bharat / state

ৰাস্তাৰ মাজতে দপ্‌দপ্‌কৈ জ্বলি উঠিল ট্ৰাক - ETV BHARAT

চাবুৱাত 11000 ভল্টৰ বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মাৰি দপ্‌দপ্‌কৈ জ্বলি উঠিল এখন ট্ৰাক । দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই ঠাই এৰি পলায়ন চালকৰ ।

ELECTRICAL SHORT CIRCUIT
author img

By

Published : Apr 5, 2019, 9:29 AM IST

ডিব্ৰুগড়, 4 এপ্ৰিলঃ 11000 ভল্টৰ বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মাৰি দপ্‌ দপ্‌কৈ জ্বলি উঠিল এখন ট্ৰাক চাবুৱাত । দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই ঠাই এৰি পলায়ন চালকৰ । গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী তীব্ৰবেগী ট্ৰাকখনে নাদুৱা অঞ্চলত আন এখন ৰৈ থকা ট্ৰাক অতিক্ৰম কৰিবলৈ গৈ 11000-ভল্টৰ বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মাৰি খাৱৈত বাগৰি পৰে ।

ELECTRICAL SHORT CIRCUIT

বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মৰাৰ লগে লগে দপ্‌দপা্‌ই জ্বলি উঠে ট্ৰাকখন । উল্লেখ্য যে অগ্নিকাণ্ডত জাহ য়োৱা ট্ৰাকখনে তিনিচুকীয়ালৈ লক্ষাধিক টকাৰ হৰলিকছ্ কঢ়িয়াই নিছিল । অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। আনহাতে ট্ৰাকখনত থকা আহত এজন লোকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে চাবুৱাৰ চেণ্ট লুকচ হাস্পতালত ভৰ্তি কৰোৱা হয় ।

assam_dibrugarh_electric short circuit_jessim

বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মাৰি দপ্‌দপ্‌কৈ জ্বলি উঠিল ট্ৰাক

ডিব্ৰুগড়, 4 এপ্ৰিলঃ   11000 ভল্টৰ বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মাৰি দপ্‌ দপ্‌কৈ জ্বলি উঠিল এখন ট্ৰাক চাবুৱাত । দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই ঠাই এৰি পলায়ন চালকৰ । গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী  তীব্ৰবেগী ট্ৰাকখনে নাদুৱা অঞ্চলত আন এখন ৰৈ থকা ট্ৰাক অতিক্ৰম কৰিবলৈ গৈ 11000-ভল্টৰ বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মাৰি খাৱৈত বাগৰি পৰে । 

বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মৰাৰ লগে লগে দপ্‌দপা্‌ই জ্বলি উঠে ট্ৰাকখন । উল্লেখ্য যে অগ্নিকাণ্ডত জাহ য়োৱা ট্ৰাকখনে তিনিচুকীয়ালৈ লক্ষাধিক টকাৰ হৰলিকছ্ কঢ়িয়াই নিছিল । অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। আনহাতে ট্ৰাকখনত থকা আহত এজন লোকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে চাবুৱাৰ চেণ্ট লুকচ হাস্পতালত ভৰ্তি কৰোৱা হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.