- ডিব্ৰুগড় ৰেগিংকাণ্ডৰ (Dibrugarh Ragging case) লগত জড়িত আন এজন ছাত্ৰক আটক
- কমলেশ্বৰ চুতীয়া নামৰ ছাত্ৰজনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে (Kamleshwar Chutia arrested by Dibrugarh Police)
- বৃহস্পতিবাৰে বিয়লি আৰক্ষীয়ে আটক কৰে ছাত্ৰজনক
- গণিত বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্র কমলেশ্বৰ চুতীয়া
- ৰেগিংকাণ্ডৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তিনিবছৰ কাৰণে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছিল কমলেশ্বৰক
Dibrugarh Ragging case: ৰেগিংকাণ্ডত অভিযুক্ত আৰু এজন ছাত্ৰক আটক ডিব্ৰুগড় আৰক্ষীৰ - ডিব্ৰুগড় ৰেগিংকাণ্ড
ডিব্ৰুগড় ৰেগিংকাণ্ডৰ (Dibrugarh Ragging case) লগত জড়িত কমলেশ্বৰ চুতীয়া নামৰ ছাত্ৰজনক বৃহস্পতিবাৰে আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে (Kamleshwar Chutia arrested by Dibrugarh Police)৷

Dibrugarh Ragging case: Kamleshwar Chutia arrested by Dibrugarh Police