ETV Bharat / state

22 মাৰ্চৰ ‘জনতা কাৰ্ফিউ’ মানি চলাৰ বাবে আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্তৰ

22 মাৰ্চৰ জনতা কাৰ্ফিউক লৈ ৰাইজলৈ আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ৷ উপায়ুক্ত গৰাকীয়ে কয় যে, এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাটো অতি প্ৰয়োজনীয় ৷

Dibrugarh DC request to obey Janata Curfew on 22 march
22 মাৰ্চৰ ‘জনতা কাৰ্ফিউ’ মানি চলাৰ বাবে আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্তৰ
author img

By

Published : Mar 21, 2020, 4:55 PM IST

ডিব্ৰুগড়,21 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে 22 মাৰ্চ অৰ্থাৎ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান কৰিছে ‘জনতা কাৰ্ফিউ’ ৷ 22 মাৰ্চৰ জনতা কাৰ্ফিউক লৈ ৰাইজলৈ আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ৷ উপায়ুক্ত গৰাকীয়ে কয় যে, এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাটো অতি প্ৰয়োজনীয় ৷ বিশেষকৈ শিশু আৰু ষাঠিৰ উৰ্দ্ধৰ লোকসকলৰ বাবে ইয়াৰ সংক্ৰমণ অধিক স্পৰ্শকাতৰ ৷ সেয়েহে উপায়ুক্ত গৰাকীয়ে দেওবাৰে সকলো লোককে প্ৰধানমন্ত্ৰীৰ আহ্বান ৰক্ষা কৰি বাহিৰত ওলাই যোৱাৰ পৰা বিৰত থকাৰ বাবে অনুৰোধ কৰে ৷ এই সন্দৰ্ভত চাওক আমাৰ বিশেষ প্ৰতিবেদন-

22 মাৰ্চৰ ‘জনতা কাৰ্ফিউ’ মানি চলাৰ বাবে আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্তৰ

লগতে পঢ়ক-চিৰাং জিলাৰ চেৰফাং সমষ্টিৰ 600 লোকে যোগদান কৰে বিপিএফ দলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.