ETV Bharat / state

ডিব্ৰুগড় জিলা উপায়ুক্তই পৰিদৰ্শন কৰিলে জালান নগৰত চলি থকা ষ্টেডিয়ামৰ কাম - নতুন প্ৰজন্ম

ডিব্ৰুগড় জিলাৰ খেলুৱৈ সকলে অনুশীলন কৰাত যাতে কোনো ধৰণৰ সমস্যা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ সকলো ষ্টেডিয়াম পুনৰ নিৰ্মাণ কৰি খেলৰ বাবে উপযোগী কৰি তোলাৰ বাবে ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

ডিব্ৰুগড় জিলা উপায়ুক্তই পৰিদৰ্শন কৰিলে জালান নগৰত চলি থকা ষ্টেডিয়ামৰ কাম

author img

By

Published : Jan 1, 2021, 8:08 PM IST

মৰাণ, 1 জানুৱাৰী: নতুন প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ বাবে উৎসাহ প্ৰদান কৰিবলৈ ডিব্ৰুগড় জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ জিলা খনৰ খেলুৱৈ সকলে অনুশীলন কৰাত যাতে কোনো ধৰণৰ সমস্যা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ সকলো ষ্টেডিয়াম পুনৰ নিৰ্মাণ কৰি খেলৰ বাবে উপযোগী কৰি তোলাৰ বাবে ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

ডিব্ৰুগড় জিলা উপায়ুক্তই পৰিদৰ্শন কৰিলে জালান নগৰত চলি থকা ষ্টেডিয়ামৰ কাম
ডিব্ৰুগড় জিলা উপায়ুক্তই পৰিদৰ্শন কৰিলে জালান নগৰত চলি থকা ষ্টেডিয়ামৰ কাম

জিলা প্ৰসাশনৰ উদ্যোগত ডিব্ৰুগড় জালান নগৰ আউটড'ৰ ষ্টেডিয়াম আৰু ইনড'ৰ ষ্টেডিয়াম পুনৰ নিৰ্মাণৰ কাম তৎপৰতাৰে কৰি থকা হৈছে ৷ পহিলা জানুৱাৰীৰ দিনটোত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ষ্টেডিয়ামৰ আধুনিকীকৰণ আৰু নৱীকৰণৰ কামৰ অগ্ৰগতিৰ বুজ লয় ৷ লগতে ষ্টেডিয়ামৰ কাম ক্ষীপ্ৰতাৰে নিয়াৰিকৈ কৰিবলৈ বিভাগীয় বিষয়া, ঠিকাদাৰ সকলক আহ্বান জনায় ৷

লগতে পঢ়ক: ব্যতিক্ৰমী কৌশলেৰে বীজ সংৰক্ষণ কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি মহান বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.