ETV Bharat / state

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত মহাৰাজত জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

author img

By

Published : Sep 26, 2019, 1:20 PM IST

Updated : Sep 26, 2019, 2:56 PM IST

এই মহাৰাজত জয়ন্তীত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালও এইখন মহাবিদ্যালয়ৰে ছাত্ৰ আছিল এসময়ত ৷

মহাৰাজত জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

ডিব্ৰুগড়, 26 ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কানৈ মহাবিদ্যালয়ত মহাৰজত জয়ন্তী উদযাপন কৰা হয় ৷ এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ৷

কানৈ মহাবিদ্যালয়ত মহাৰাজত জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

আজি মহাবিদ্যালয়খনৰ মহাৰাজত জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা এই মহাৰাজত জয়ন্তীত লালচন্দ কানৈৰ পৰিয়াল,অসম কলেজ শিক্ষক সংস্থা,কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়খনৰ কেইবাটাও গোটে মুখ্যমন্ত্ৰী সোণোৱালক সম্বৰ্ধনা জনায় ৷

Intro:*dib Breaking*

:উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কানৈ মহাবিদ্যালয়ৰ মহাৰাজত জয়ন্তী উদযাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মুখ্যমন্ত্ৰীক এই অনুষ্ঠানত জনোৱা হৈছে সম্বৰ্দ্ধনা।আজি মহা ৰজত জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান।মহাবিদ্যালয় খনত বিস্তৃত কাৰ্যসূচীৰে উদযাপন মহাৰাজ জয়ন্তী।লালচন্দকানৈৰ পৰিয়াল, অসম কলেজ শিক্ষক সংস্থা,কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়ৰ কেইবাটাও গোটে জনাই সম্বৰ্দ্ধনা এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীক।Body:DoConclusion:Do
Last Updated : Sep 26, 2019, 2:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.