ETV Bharat / state

ৰাজপথত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা - নাগৰিকত্ব সংশোধনী বিধেয়কখন কেতিয়াও মানি নলয়

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ৰাজপথলৈ ওলাই আহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল ৷ কোনো কাৰণতে কেব মানি লোৱা ন'হব বুলি মন্তব্য কৰে শিক্ষক সমাজে ৷

CAB AGGAINST DIBRUGARH UNIVERSITY
ৰাজপথত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা
author img

By

Published : Dec 9, 2019, 6:13 PM IST

ডিব্ৰুগড়,9 ডিচেম্বৰ : সোমবাৰে লোকসভাত কেব উত্থাপন হোৱাৰ পাছতেই প্ৰতিবাদমুখী হৈ পৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ বিধেয়কখন বাতিলৰ দাবীত ওলাই আহিছে প্ৰতিজন নাগৰিক,দল সংগঠন সকলো ৷ এই বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিবলৈ সোমবাৰে ৰাজপথলৈ ওলাই আহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল ৷ শিক্ষক-শিক্ষয়িত্ৰীসকলে হাতে হাতে কেব বিৰোধী প্লেকাৰ্ড লৈ বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদী সমদল উলিওৱাৰ লগতে বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচৰাৰ সন্মুখত অনুষ্ঠিত কৰে এখন প্ৰতিবাদী সভা।

ৰাজপথত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা

বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা এই নাগৰিকত্ব সংশোধনী বিধেয়কখন কেতিয়াও মানি নলয় বুলি মন্তব্য কৰে ৷ ইফালে,যদি লোকসভাত কেব গৃহীত হয়,তেন্তে পৰৱৰ্তী সময়ত জনসাধাৰণৰ লগত একত্ৰিত হৈ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়নি দিয়ে শিক্ষক সমাজে ৷

অন্য এক খবৰৰ বাবে : ''কংগ্ৰেছে সংশোধন কৰিব কেব''-তৰুণ গগৈ!

Intro:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক-অধ্যাপিকা সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰাৰ পাছতে উজনি অসমৰ উচ্চ শিক্ষাৰ বাতকতীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা সকলো উলাই আহে ৰাজপথলৈ।হাতে হাতে কেব বিৰোধী প্লেকাৰ্ড লৈ বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় এক কিলোমিটাৰ পথ অতিক্ৰম কৰি বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচৰা সন্মুখত প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে জাতি ধ্বংসী বিধেয়ক কোনো কাৰনতে মানি লোৱা নহ'ব বুলি উল্লেখ কৰি লোকসভাত গৃহীত হলেও পৰৱৰ্তী সময়ত জনসাধাৰণৰ লগত একত্ৰিত হৈ আৰু তীব্ৰ আন্দোলন কৰিব বুলি সকীয়নি দি কোনো কাৰণতে কেব মানি লোৱা নহ'ৱ বুলি কয়।
Byte:-বিশ্ববিদ্যালয়ৰ অধ্যাপক সন্থাৰ সম্পাদক।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.