ETV Bharat / state

ডিব্ৰুগড়ত পাঁচ দিনীয়াকৈ বিহু কৰ্মশালাৰ আয়োজন - ৰঙালী

অসম অনুসূচিত জাতি সংযুক্ত মৰ্চা ডিব্ৰুগড় জিলা সমিতিৰ ডিব্ৰুগড়ৰ পোহাৰী খনিয়া গাঁৱত পাঁচ দিনীয়াকৈ বিহু কৰ্মশালা আয়োজন ৷

bihu-workshop-in-dibrugarh
ডিব্ৰুগড়ৰ পোহাৰী খনিয়া গাঁৱত পাঁচ দিনীয়াকৈ বিহু কৰ্মশালা আয়োজন
author img

By

Published : Apr 7, 2021, 11:02 PM IST

ডিব্ৰুগড়,7 এপ্ৰিল: ৰাজ্যত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি পদুলিৰ মুখ পালেহি বিহু বুলিয়েই ডেকা-বুঢ়া, গাভৰু-বোৱাৰী সকলোৰে মন উগুল-থুগুল, শিপিনীৰ হাতৰ পৰশত বিহুৱান, কুলিৰ বিননিত গাঁঞে-ভুঁঞে ঢোলৰ গুমগুমনিৰ সমান্তৰালকৈ ভিন্ন প্ৰান্তত চলিছে বিহুৰ কৰ্মশালা ।

ডিব্ৰুগড়ৰ পোহাৰী খনিয়া গাঁৱত পাঁচ দিনীয়াকৈ বিহু কৰ্মশালা আয়োজন

অসম অনুসূচিত জাতি সংযুক্ত মৰ্চা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত ডিব্ৰুগড়ৰ পোহাৰী খনিয়া গাঁৱত পূৰ্ণ উদ্যমেৰে পাঁচ দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হয় ৷ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা শিশুসকলে প্ৰশিক্ষণ ল'বলৈ অহা এই কৰ্মশালাখনৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰে
বৰ বিহুৱা জিতেন দাস, বৰ বিহুৱতী উমাকান্তি দাস ডেকাই ।

লগতে পঢ়ক :মটক সকলৰ হেৰাই যাব ধৰা গছতলৰ বিহুৰ আখৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.