ETV Bharat / state

বগৰীবাৰী আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ স্থানীয় ৰাইজ

author img

By

Published : Jul 29, 2019, 7:11 PM IST

বিলাসীপাৰাৰ সীমান্তৱৰ্তী বগৰীবাৰীত আৰক্ষীৰ অভিযান ৷ অভিযানত দুখন কৈ অবৈধ ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় ট্ৰাক দুখনৰ চালকক ৷ কিন্তু সোমবাৰে ইউৰিয়া সাৰৰ নথি পত্ৰ সমূহ বৈধ বুলি জানিবলৈ দিয়াত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ

বগৰীবাৰী আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ স্থানীয় ৰাইজ

বিলাসীপাৰা, 29 জুলাইঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰীবাৰীত দেওবাৰে নিশা বগৰীবাৰী আৰক্ষীয়ে দুখন কৈ অবৈধ ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় ট্ৰাক দুখনৰ চালকক | ট্ৰাক দুখনৰ নম্বৰ NL- 01L-3090 আৰু JK-02BL-9825 ৷ পশ্চিম বংগৰ ডালখোলাৰ পৰা ইউৰিয়া সাৰ লৈ শিলচৰলৈ গৈ আছিল ট্ৰাক কেইখন ৷

বগৰীবাৰী আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ স্থানীয় ৰাইজ

তেনে সময়ত বগৰীবাৰী আৰক্ষীয়ে জব্দ কৰে ট্ৰাক কেইখন | কিন্তু সোমবাৰে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ট্ৰাক দুখনৰ লগতে ইউৰিয়া সাৰৰ নথি পত্ৰ সমূহ বৈধ বুলি জানিবলৈ দিয়াত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে স্থানীয় লোকসকল | ইউৰিয়া সাৰৰ গৰাকীৰ লগত গোপন মিতিৰালী কৰি অবৈধ সাৰখিনি বৈধ কৰাৰ সন্দেহ কৰিছে একাংশ লোকে ৷ লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক এই ঘটনাৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী তুলিছে স্থানীয় ৰাইজে |

Intro:A. I - বিলাসীপাৰাৰ সীমান্তৱৰ্তী বগৰীবাৰী আৰক্ষীৰ অভিযান | অভিযানত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰীবাৰীত দেওবাৰে নিশা দুখন কৈ অবৈধ ইউৰিয়া সাৰৰ ট্ৰাক জব্দ কৰে | লগতে ট্ৰাক দুখনৰ চালকক আটক কৰিবলৈ সক্ষম হয় |অবৈধ ইউৰিয়া সাৰৰ ট্ৰাক দুখনৰ নম্বৰ NL- 01L 3090 আৰু JK-02BL 9825। পশ্চিম বংগ ৰাজ্যৰ ডালখোলাত অবৈধ ইউৰিয়া সাৰ বোজাই কৰি বৰাক ভেলীৰ শিলচৰলৈ লৈ গৈ আছিল | তেনে সময়ত বগৰীবাৰী আৰক্ষীৰ এনে পদক্ষেপ চৰ্চিত হৈ পৰিছে | কিন্তু সেহতীয়া কৈ অৰ্থাৎ আজি আৰক্ষী থানা খনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ট্ৰাক দুখনৰ লগতে ইউৰিয়া সাৰৰ নথি পত্ৰ সমূহ বৈধ বুলি জানিব দিয়ে | আৰক্ষীৰ এনে ভুমিকাই ৰহস্যৰ সৃষ্টি কৰা বুলি অভিযোগ উঠিছে | ইউৰিয়া সাৰৰ গৰাকীৰ লগত গোপন মিতিৰালি কৰি অবৈধ সাৰ বোৰ বৈধ কৰাত উঠি পৰি লগা আৰক্ষীৰ ভূমিকাক স্থানীয় বিভিন্ন মহলে সন্দেহৰ চকুৰে চাইছে |Body:ইফালে অসম বংগ সীমান্তৰ ছাগলীয়া, আগমনি, বালাজান আৰু গৌৰীপুৰ আদি চাৰি খন কৈ আৰক্ষী থানা কি দৰে পাৰ হৈ আহিব পায় এনে অবৈধ সা সামগ্ৰী সমূহ | সেয়ে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক সমুদায় ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি তুলিবলৈ দাবী তুলিছে স্থানীয় ৰাইজে |Conclusion:Bite স্থানীয় নাগৰিক,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.