ETV Bharat / state

বগৰীবাৰী আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ স্থানীয় ৰাইজ - বিলাসীপাৰা

বিলাসীপাৰাৰ সীমান্তৱৰ্তী বগৰীবাৰীত আৰক্ষীৰ অভিযান ৷ অভিযানত দুখন কৈ অবৈধ ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় ট্ৰাক দুখনৰ চালকক ৷ কিন্তু সোমবাৰে ইউৰিয়া সাৰৰ নথি পত্ৰ সমূহ বৈধ বুলি জানিবলৈ দিয়াত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ

বগৰীবাৰী আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ স্থানীয় ৰাইজ
author img

By

Published : Jul 29, 2019, 7:11 PM IST

বিলাসীপাৰা, 29 জুলাইঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰীবাৰীত দেওবাৰে নিশা বগৰীবাৰী আৰক্ষীয়ে দুখন কৈ অবৈধ ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় ট্ৰাক দুখনৰ চালকক | ট্ৰাক দুখনৰ নম্বৰ NL- 01L-3090 আৰু JK-02BL-9825 ৷ পশ্চিম বংগৰ ডালখোলাৰ পৰা ইউৰিয়া সাৰ লৈ শিলচৰলৈ গৈ আছিল ট্ৰাক কেইখন ৷

বগৰীবাৰী আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ স্থানীয় ৰাইজ

তেনে সময়ত বগৰীবাৰী আৰক্ষীয়ে জব্দ কৰে ট্ৰাক কেইখন | কিন্তু সোমবাৰে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ট্ৰাক দুখনৰ লগতে ইউৰিয়া সাৰৰ নথি পত্ৰ সমূহ বৈধ বুলি জানিবলৈ দিয়াত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে স্থানীয় লোকসকল | ইউৰিয়া সাৰৰ গৰাকীৰ লগত গোপন মিতিৰালী কৰি অবৈধ সাৰখিনি বৈধ কৰাৰ সন্দেহ কৰিছে একাংশ লোকে ৷ লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক এই ঘটনাৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী তুলিছে স্থানীয় ৰাইজে |

Intro:A. I - বিলাসীপাৰাৰ সীমান্তৱৰ্তী বগৰীবাৰী আৰক্ষীৰ অভিযান | অভিযানত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰীবাৰীত দেওবাৰে নিশা দুখন কৈ অবৈধ ইউৰিয়া সাৰৰ ট্ৰাক জব্দ কৰে | লগতে ট্ৰাক দুখনৰ চালকক আটক কৰিবলৈ সক্ষম হয় |অবৈধ ইউৰিয়া সাৰৰ ট্ৰাক দুখনৰ নম্বৰ NL- 01L 3090 আৰু JK-02BL 9825। পশ্চিম বংগ ৰাজ্যৰ ডালখোলাত অবৈধ ইউৰিয়া সাৰ বোজাই কৰি বৰাক ভেলীৰ শিলচৰলৈ লৈ গৈ আছিল | তেনে সময়ত বগৰীবাৰী আৰক্ষীৰ এনে পদক্ষেপ চৰ্চিত হৈ পৰিছে | কিন্তু সেহতীয়া কৈ অৰ্থাৎ আজি আৰক্ষী থানা খনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ট্ৰাক দুখনৰ লগতে ইউৰিয়া সাৰৰ নথি পত্ৰ সমূহ বৈধ বুলি জানিব দিয়ে | আৰক্ষীৰ এনে ভুমিকাই ৰহস্যৰ সৃষ্টি কৰা বুলি অভিযোগ উঠিছে | ইউৰিয়া সাৰৰ গৰাকীৰ লগত গোপন মিতিৰালি কৰি অবৈধ সাৰ বোৰ বৈধ কৰাত উঠি পৰি লগা আৰক্ষীৰ ভূমিকাক স্থানীয় বিভিন্ন মহলে সন্দেহৰ চকুৰে চাইছে |Body:ইফালে অসম বংগ সীমান্তৰ ছাগলীয়া, আগমনি, বালাজান আৰু গৌৰীপুৰ আদি চাৰি খন কৈ আৰক্ষী থানা কি দৰে পাৰ হৈ আহিব পায় এনে অবৈধ সা সামগ্ৰী সমূহ | সেয়ে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক সমুদায় ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি তুলিবলৈ দাবী তুলিছে স্থানীয় ৰাইজে |Conclusion:Bite স্থানীয় নাগৰিক,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.