ETV Bharat / state

ধুবুৰী দখলৰ বাবে যুঁজিব তৃণমূল কংগ্ৰেছে - তৃণমূল কংগ্ৰেছ

চাৰি নং ধুবুৰী লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে জ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰীক ৷

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদান
author img

By

Published : Mar 21, 2019, 12:05 PM IST

ধুবুৰী, ২১ মাৰ্চ : লোকসভা নিৰ্বাচন ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে তৎপৰতা । চাৰি নং ধুবুৰী লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছেজ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰীয়ে ।

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদান
তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী এন আই চৌধুৰী অৰ্থাৎ নুৰল ইছলাম চৌধুৰীয়ে ইতিমধ্যে সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছে ।ইপিনে অসমৰ ছয়টা সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰি এইবেলি কমেও তিনি-চাৰিখনআসন দখল কৰিব বুলি আশা প্ৰকাশ কৰে ধুবুৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি সহিদূৰ ৰহমানে । আনহাতে দলটোৰ প্ৰাৰ্থী চৌধুৰীয়ে জয়লাভৰ আশা প্ৰকাশ কৰাৰ বিপৰীতে পূৰ্বৰ সাংসদ তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক সমালোচনা কৰি তেওঁৰ কাৰ্যকালত সমষ্টিৰ কোনো উন্নয়ন হোৱা নাই বুলি কৈ আজমলৰহে উন্নয়ন হৈছে বুলি উল্লেখ কৰে।

Intro: ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদান। লোকসভা নিৰ্বাচন ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে দলৰ সাংগঠনিক তৎপৰতা। চাৰি নং ধুবুৰী লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ জ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰী।

Body: লোকসভা নিৰ্বাচন ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে দলৰ সাংগঠনিক তৎপৰতা। এতিয়ালৈকে ধুবুৰী লোকসভা সমষ্টিত কেৱল এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল নিজেই প্ৰাৰ্থীত্ব লোৱাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে প্ৰদান কৰিছে প্ৰাৰ্থীত্ব। কিন্তু বাকী কোনো ৰাজনৈতিক দলে এতিয়ালৈকে আনুষ্ঠানিক প্ৰাৰ্থীত্ব প্ৰদান কৰা নাই। চাৰি নং ধুবুৰী লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ জ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰীৰ। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী এন আই চৌধুৰী অৰ্থাৎ নুৰল ইছলাম চৌধুৰীয়ে ইতিমধ্যে সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছে।
ইপিনে অসমৰ ছয়টা সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰি এইবেলি কমেও তিনি চাৰিটা আসন দখল কৰিব বুলি আশা প্ৰকাশ কৰে ধুবুৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি সহিদূৰ ৰহমানে।
Byte:-( 808) জিলা সভাপতি।

ইপিনে দলটোৰ প্ৰাৰ্থী চৌধুৰীয়ে জয়লাভৰ আশা প্ৰকাশ কৰাৰ বিপৰীতে পূৰ্বৰ সাংসদ তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক সমালোচনা কৰি তেওঁৰ কাৰ্য্যকালত সমষ্টিৰ কোনো উন্নয়ন হোৱা নাই বুলি কৈ আজমলৰহে উন্নয়ন হৈছে বুলি উল্লেখ কৰে। আনহাতে কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থীত্ব প্ৰদান নকৰাৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিতিৰালীৰ কথা উল্লেখ কৰি আজমলৰ মতেহে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা হব বুলি উল্লেখ কৰে চৌধুৰীয়ে।

Conclusion: এতিয়া তৃণমূল কংগ্ৰেছে ধুবুৰী লোকসভা সমষ্টিত কিদৰে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিব পাৰে সেয়া পৰৱৰ্তী সময়তহে দেখা পোৱা যাব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.