ETV Bharat / state

বিলাসীপাৰাত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দঃ 7 জনক আটক

author img

By

Published : Jan 11, 2020, 2:15 PM IST

শনিবাৰে বগৰীবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে এক অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে 7 জন লোকক আটক কৰে ৷

Illegal wood seized
চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

পশ্চিম বিলাসীপাৰা, 11 জানুৱাৰীঃ শনিবাৰে বিলাসীপাৰাৰ নিকটৱৰ্তী কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষীয়ে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে এক অভিযান চলায় ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে দুখন চোৰাং চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে 7 জন লোকক আটক কৰে ৷

চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ
আটকাধীন লোক কেইজন ক্ৰমে লিভন সৰেন,জোসন টিগ্গা (কাৰ্বি আংলং),মহম্মদ ছাহিদ,ইমৰান, কৰম উদ্দিন,ইস্তিকাৰ,আৰু জুবেইৰ( উত্তৰ প্ৰদেশ) ৷ উল্লেখ্য যে জব্দকৃত কাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হ'ব বুলি গোলাঘাটৰ বন বিষয়াই জানিবলৈ দিয়ে ৷ তথ্য অনুসৰি ডিমাপুৰৰ পৰা পশ্চিমবংগলৈ লৈ যোৱা অৱস্থাতে আৰক্ষীয়ে কাঠ সমূহ জব্দ কৰে৷ জব্দ হোৱা হোৱা ট্ৰাক দুখনৰ নম্বৰ UP-25CT-4855 আৰু UP-25CT-7678

লগতে পঢ়ক - সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’

Intro:SLUG:BILASIPARA.SEIZED ILLEGAL TWO TRUCK WOOD.
DATE:- 11/01/2020.
A.I:- বিলাসীপাৰাৰ নিকটৱৰ্তী কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষীয়ে শনিবাৰে গোপন সূত্ৰে এক অভিযান চলায় |
এই অভিযানত দুখন চোৰাং চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
Body:কাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হ'ব বুলি গোলাঘাটৰ বন বিষয়াই আমাক জানিবলৈ দিয়ে |
এই কাঠখিনি ডিমাপুৰৰ পৰা পশ্চিমবংগ ৰাজ্য লৈ নি আছিল |
অভিযানত চালক হেণ্ডিমেন সহ ৭ জনক আটক কৰে আৰক্ষীয়ে |
আটকাধীনক্ৰমে,
লিভন সৰেন, জোসন টিগ্গা (কাৰ্বি আংলং) মহম্মদ ছাহিদ, ইমৰান, কৰম উদ্দিন, ইস্তিকাৰ, আৰু জুবাইৰ ( উত্তৰ প্ৰদেশ)
জব্দ হোৱা ট্ৰাক দুখনৰ নম্বৰ UP 25CT 4855 আৰু UP 25 CT 7678।

Conclusion:Byte:- 1 ট্ৰাক চালক
2. বন বিষয়াৰ।

পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.