ETV Bharat / state

ডি এল এড পৰীক্ষাত নকলৰ পয়োভৰ

author img

By

Published : Mar 31, 2019, 11:18 PM IST

শিক্ষা বিভাগৰ দুবছৰীয়া ডিপ্লমা ডি এল এডৰ পৰীক্ষাৰ নামত ধুবুৰী জিলাৰ গোলকগঞ্জত চলিছে ব্যাপক অৰাজকতা ৷ গোলকগঞ্জস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধীনৰ বহুকেইটা পৰীক্ষা কেন্দ্ৰত চলিছে নকলৰ পয়োভৰ ৷

ডিএলএড পৰীক্ষাত নকলৰ পয়োভৰ

ধুবুৰী, 31 মাৰ্চঃ ধুবুৰী গোলকগঞ্জত ডি এল এডৰ পৰীক্ষাত নকলৰ ব্যাপক পয়োভৰ । পৰীক্ষা গৃহত চক্ৰ বিষয়াৰ অভিযান ৷ পৰীক্ষাৰ দায়িত্বৰ পৰা বাহিৰ কৰিলে 6জনকৈ শিক্ষকক । শিক্ষা বিভাগৰ দুবছৰীয়া ডিপ্লমা ডি এল এডৰ পৰীক্ষাৰ নামত ধুবুৰী জিলাৰ গোলকগঞ্জত চলিছে ব্যাপক অৰাজকতা ৷ গোলকগঞ্জস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধীনৰ বহুকেইটা পৰীক্ষা কেন্দ্ৰত চলিছে নকলৰ পয়োভৰ ৷ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক আৰু প্ৰাদেশীকৃত শিক্ষকৰ উপস্থিতিত সংঘটিত হৈছে পৰীক্ষাৰ নামত বেহা ৷ শিক্ষকৰ উপস্থিতিতে পৰীক্ষা কেন্দ্ৰকেইটাত মুকলিকৈ চলিছিল নকল ৷ যাৰ বাবে পৰীক্ষা কেন্দ্ৰসমূহত দুদিন ধৰি নকলৰ বেহা উৎখাতৰ বাবে চেষ্টা চলাই আগমনী ৰাজহ চক্ৰ বিষয়া চিৰঞ্জিত দাসে ৷

Intro:STORY- গোলকগঞ্জত ডি এল এড ৰ পৰিক্ষত নকলৰ ব্যপক পয়োভৰ, পৰিক্ষা গৃহত চক্ৰ বিষয়া ৰ অভিযান ৷৷
Body:

ANCOR- শিক্ষা বিভাগৰ দুৱছৰীয়া ডিপ্লমা ডি এল এড ৰ পৰিক্ষাৰ নামত ধুবুৰী জিলাৰ গোলকগঞ্জত চলিছে ব্যাপক অৰাজকতা ৷ গোলকগঞ্জস্হিত বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰৰ অধিনৰ কেউটা পৰিক্ষা কেন্দ্ৰত চলিছে নকলৰ ব্যাপক পয়োভৰ ৷ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় শিক্ষক আৰু প্ৰাদেশীকৃত শিক্ষকৰ দ্বাৰা সংঘটিত হৈছে পৰিক্ষাৰ নামত বেহা ৷ মুকলিকৈ চলিছে নকল ৷ দুদিনধৰি সকলোৰে মুখে মুখে নকলৰ বেহাত উৎখাতৰ চেস্ঠা চলালে আগমনী ৰাজহ চক্ৰ বিষয়া চিৰঞ্জিত দাসে ৷ ৰতিয়াদহৰ পৰিক্ষা কেন্দ্ৰত এফালৰ পৰা উলিয়ালে উলিয়ালে নকল ৷ লগতে দিনটোত ছজন পৰিক্ষকক বাহিৰ কৰিলে দ্বায়িত্বৰ পৰা ৷৷

Conclusion:প্ৰদীপ কুমাৰ সেন
গোলকগঞ্জ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.