ETV Bharat / state

ধুবুৰীৰ অব্যাহত গৰুৰ চোৰাং কাৰবাৰ - বাংলাদেশ

জব্দ ৩৩ টা চোৰাং গৰু

জব্দ ৩৩ টা চোৰাং গৰু
author img

By

Published : Feb 15, 2019, 2:26 PM IST

ধুবুৰী, ১৫ ফেব্ৰুৱাৰীঃ ধুবুৰী আৰক্ষীয়ে শুকুৰবাৰৰ পুৱতি নিশা ধুবুৰীৰ টিয়ামাৰীৰ গাঁৱৰ পৰা জব্দ কৰে ৩৩ টাকৈ চোৰাং গৰু। যি সমূহ চোৰাং গৰু বাংলাদেশ লৈ চোৰাং চালানৰ বাবে নিয়া হৈছিল। আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কেইবা লক্ষাধিক টকাৰ চোৰাং গৰু জব্দ কৰি বৰ্তমান গৌৰীপুৰৰ এখন গৰুৰ খোৱাৰত জমা ৰাখে।

ধুবুৰীৰ অব্যাহত গৰুৰ চোৰাং কাৰবাৰ
undefined

উল্লেখযোগ্য যে, গৰুৰ চোৰাং কাৰবাৰ সম্পৰ্কে ধুবুৰী আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য দিব বিচৰা নাই যদিও খান উপাধিৰ এজন চোৰাং গৰু বেপাৰীৰ বুলি এক তথ্য পোৱা গৈছে। খান উপাধিৰ এজন চোৰাং গৰু বেপাৰীৰ নেতৃত্বত ধুবুৰী আৰু গৌৰীপুৰত বাংলাদেশলৈ চোৰাং গৰু চালানৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছে।

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে অব্যাহত আছে গৰুৰ ভয়াৱহ চোৰাং কাৰবাৰ। ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট কমি অহাৰ ফলত উন্মুক্ত হৈ পৰিছে ভাৰত বাংলা সীমান্তৰ বিভিন্ন এলেকা। যাৰ ফলত উন্মুক্ত সীমান্তৰে প্ৰতি নিশা নিয়মিতভাবে বাংলাদেশ লৈ চোৰাং গৰু চালান হৈ আহিছে।

Intro: ধুবুৰীৰ সীমান্তইদি অব্যাহত গৰুৰ চোৰাং কাৰবাৰ। ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট কমি অহাৰ ফলত উন্মুক্ত হৈ পৰা সীমান্তইদি প্ৰতি নিশাই বাংলাদেশ লৈ চালান হৈছে শ শ চোৰাং গৰু।

Body: PTC

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে অব্যাহত আছে গৰুৰ ভয়াৱহ চোৰাং কাৰবাৰ। ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট কমি অহাৰ ফলত উন্মুক্ত হৈ পৰিছে ভাৰত বাংলা সীমান্তৰ বিভিন্ন এলেকা। যি সমূহ উন্মুক্ত সীমান্তৰে প্ৰতি নিশা নিয়মিত ভাৱে বাংলাদেশ লৈ চোৰাং চালান হৈ আহিছে। ইপিনে এনে সময়তে ধুবুৰী আৰক্ষীয়ে আজি পুৱতি নিশা ধুবুৰীৰ টিয়ামাৰীৰ গাঁওৰ পৰা জব্দ কৰে ৩৩ টাকৈ চোৰাং গৰু। যি সমূহ চোৰাং গৰু বাংলাদেশ লৈ চোৰাং চালানৰ বাবে নিয়া হৈছিল। আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কেইবা লক্ষাধিক টকাৰ চোৰাং গৰু জব্দ কৰি বৰ্তমান গৌৰীপুৰৰ এখন গৰুৰ খোৱাৰত জমা ৰাখে।
Byte:- খোৱাৰৰ কৰ্মচাৰী।

উল্লেখযোগ্য যে, গৰুৰ চোৰাং কাৰবাৰ সম্পৰ্কে ধুবুৰী আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য দিব বিচৰা নাই যদিওঁ গৰু সমূহ খান উপাধিৰ এজন চোৰাং গৰু বেপাৰীৰ বুলি এক তথ্য পোৱা গৈছে। খান উপাধিৰ এজন চোৰাং গৰু বেপাৰীৰ নেতৃত্বত ধুবুৰী আৰু গৌৰীপুৰত বাংলাদেশলৈ চোৰাং গৰু চালানৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছে।

Conclusion: কিন্তু লক্ষণীয় বিষয় যে, আৰক্ষীয়ে বিভিন্ন সময়ত এনে চোৰাং গৰু জব্দ কৰি বাহ বাহ লৈ আহিছে যদিওঁ আজিলৈ গৰুৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত থকা কোনো এজন চোৰাং বেপাৰীৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল। এয়াই এক গভীৰ ৰহস্য।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.