ETV Bharat / state

ধুবুৰীত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান

author img

By

Published : May 8, 2019, 2:18 PM IST

বুধবাৰে ধুবুৰীত সমাজকল্যাণ বিভাগৰ অন্তৰ্গত শিশু সুৰক্ষা গোটৰ অভিযান ৷ এটি শিশু শ্ৰমিক উদ্ধাৰ ৷

শিশু সুৰক্ষা গোটৰ অভিযান, এটি শিশু শ্ৰমিক উদ্ধাৰ

  • ধুবুৰীৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত জিলা শিশু সুৰক্ষা গোটৰ অভিযান
  • অভিযান কালত এটি শিশু শ্ৰমিক উদ্ধাৰ
  • ধুবুৰী গড়কাপ্তানী (গৃহ) বিভাগৰ এছ ডি ও দিলীপ শৰ্মাৰ চৰকাৰী বাসগৃহৰ পৰা উদ্ধাৰ ১৬ বছৰীয়া কিশোৰ
  • কিশোৰটিৰ ঘৰ গুৱাহাটী বুলি জানিব পৰা গৈছে
  • ধুবুৰী জিলা শ্ৰম আয়ুক্ত জীৱনজয়ী লংমাই লাই উপস্থিত থাকি চলায় এই অভিযান
  • জিলাখনৰ কেইবাটাও ঠাইত চলায় এই অভিযান

ধুবুৰী জিলাৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত জিলা শিশু সুৰক্ষা গোটৰ অভিযানত শিশু শ্ৰমিক উদ্ধাৰ৷ ধুবুৰী গড়কাপ্তানী (গৃহ) বিভাগৰ এছ ডি ও দিলীপ শৰ্মাৰ চৰকাৰী বাসগৃহৰ পৰা উদ্ধাৰ ১৬ বছৰীয়া কিশোৰ৷ কিশোৰটিৰ ঘৰ গুৱাহাটীত৷ জিলা শিশু সুৰক্ষা গোটৰ অধ্যক্ষ চাবিনা বেগম, সদস্যা ৰঞ্জিতা আগৰৱাল, সদস্য গকুল চন্দ্ৰ কৰ্মকাৰ, শিশু সুৰক্ষা বিষয়া নূৰ আলম সহ সহকাৰী ধুবুৰী জিলা শ্ৰম আয়ুক্ত জীৱনজয়ী লংমাই লাই উপস্থিত থাকি এই অভিযান চলায়। জিলা খনৰ কেইবাটাও ঠাইত চলায় এই অভিযান।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.