ETV Bharat / state

ধুবুৰীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

নিজৰ জীৱনৰ ভিক্ষা মাগি চিঞৰিবলৈ ধৰা যুৱকজনক কিন্ত বচাবলৈ ন'গল কোনো লোক ৷ আন একাংশই সহায়ৰ পৰিৱৰ্তে তাচ্ছিল্য কৰি গালি গালাজ পাৰে যুৱকজনক ৷ এই সমগ্ৰ দৃশ্য বন্দী হয় কেমেৰাত

ধুবুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 19, 2019, 7:13 PM IST

ধুবুৰী,19 জুলাইঃ ধুবুৰীৰ মটেৰঝাৰৰ গদাধৰ নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ ৷ এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে দুপৰীয়া মটেৰঝাৰৰ সমীপত থকা গদাধৰ নদীৰ ওপৰৰ দলঙৰ পৰা আত্মহত্যাৰ লক্ষ্যৰে নদীত জপিয়াইছিল এজন অচিনাক্ত যুৱকে ৷ কিন্তু নদীত জপিওৱাৰ পাচতে প্ৰাণ বচোৱাৰ বাবে চিঞৰিবলৈ ধৰে যুৱকজনে ৷ কিন্তু যুৱকজনক কিন্ত বচাবলৈ ন'গল কোনো লোক ৷ আন একাংশই সহায়ৰ পৰিৱৰ্তে তাচ্ছিল্য কৰি গালি গালাজ পাৰে যুৱকজনক ৷ এই সমগ্ৰ দৃশ্য বন্দী হয় কেমেৰাত ৷ আনহাতে যুৱকজনক দূৰৰ পৰা এজন নাৱৰীয়াই প্ৰত্যক্ষ কৰি বচাবলৈ আগবাঢ়ি আহে যদিও নিৰুদ্দেশ হয় যুৱকজন ৷ তেতিয়াৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে এচ ডি আৰ এফক লগত লৈ উদ্ধাৰ অভিযান চলায় ৷ উদ্ধাৰ অভিযানত শুকুৰবাৰে বিয়লি মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানলকৈ চিনাক্ত হোৱা নাই যুৱকজন ৷

Intro:ধুবুৰী জিলাৰ মটেৰঝাৰৰ গদাধৰ নদীৰ ওপৰৰ ৰেল দলঙৰ ওপৰৰ পৰা কালি জপিয়াই আত্মহত্যা কৰা যূৱকজনৰ মৃতদেহ আজি এচডিআৰএফে উদ্ধাৰ কৰে | Body:কালি দুপৰীয়া অচিনাক্ত যূৱক এজন দলং খনৰ পৰা নদীত জপিয়ায়| পানীত পৰি আকৌ বাছিবলৈ চিঞৰ বাখৰ কৰে | একাংশই নদীৰ পাৰৰ পৰা প্ৰত্যক্ষ কৰি বচোৱাৰ বাবে দূৰৈৰ নাৱৰীয়া এজনক সহায়ৰ আহ্বান জনায় | আন একাংশই সহায়ৰ পৰিবৰ্তে তুচ্ছ তাচ্ছিল্য কৰি অবাইচ ভাষাৰে গালি গালাচ পাৰে | সকলো দৃশ্য আৱদ্ধ হয় এজনৰ মবাইলত| খবৰ লাভ কৰি গোলকগঞ্জ আৰক্ষীয়ে এচডিআৰএফক লগত নি উদ্ধাৰ অভিযান চলায়| সন্ধিয়া হোৱাত অভিযান সামৰে| আজি পূৱাৰে পৰা পূনৰ অভিযান আৰম্ভ হয়.| বিয়লি দুই বজাত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এতিয়ালৈ চিনাক্ত হোৱা নাই |

Conclusion:অচিনাক্ত যূৱক জন দলঙৰ পৰা পিছলি পৰিল নে আত্মহত্যা কৰিলে সেয়াই ৰহস্যজনক হৈ পৰিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.