ETV Bharat / state

হাতত গোলাপ ফুলৰ পুলি লৈ বিদ্যালয়ে বিদ্যালয়ে যাত্ৰা বহলপুৰৰ গংগাধৰ ৰায়ৰ

হাতত গোলাপ ফুলৰ পুলি লৈ বিদ্যালয়ে বিদ্যালয়ে যাত্ৰা গংগাধৰ ৰায়ৰ,ধুবুৰী জিলাৰ বহলপুৰত বৃহস্পতিবাৰে দেখা গ’ল এই ব্যতিক্ৰমী দৃশ্য,আজি শিশু দিৱস,এই শিশু দিৱসটো সমগ্ৰ দেশৰ লগতে অসমতো আনুষ্ঠানিকভাৱে পালন কৰা হয়,ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰত অইনবাৰৰ তুলনাত এইবাৰ কিছু ব্যতিক্ৰমভাৱে শিশু দিৱস উদযাপন কৰা হয়

author img

By

Published : Nov 14, 2019, 11:16 PM IST

হাতত গোলাপফুলৰ পুলি লৈ বিদ্যালয়ে বিদ্যালয়ে যাত্ৰা বহলপুৰৰ গংগাধৰ ৰায়ৰ

পূৱ বিলাসীপাৰা,১৪ নৱেম্বৰ: হাতত গোলাপ ফুলৰ পুলি লৈ বিদ্যালয়ে বিদ্যালয়ে যাত্ৰা গংগাধৰ ৰায়ৰ। কোন এই গংগাধৰ ৰায় ! কিহৰ বাবে এই যাত্ৰা গংগাধৰ ৰায়ৰ ! ধুবুৰী জিলাৰ বহলপুৰত বৃহস্পতিবাৰে দেখা গ’ল এই ব্যতিক্ৰমী দৃশ্য ৷

আজি ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন ৷ অৰ্থাৎ আজি শিশু দিৱস ৷ এই শিশু দিৱস সমগ্ৰ দেশৰ লগতে অসমতো আনুষ্ঠানিকভাৱে পালন কৰা হয় ৷ ৰাজ্যখনৰ ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰৰ বিদ্যালয়সমূহত শিশু দিৱস উদযাপন কৰা হয়। কিন্তু বহলপুৰত অইনবাৰৰ তুলনাত এইবাৰ কিছু ব্যতিক্ৰমভাৱে শিশু দিৱস উদযাপন কৰা হয় ৷ বিশেষকৈ এগৰাকী সমাজকৰ্মীৰ তৎপৰতাত ব্যতিক্ৰমীভাৱে পালন কৰা হয় এই দিৱস ৷ নেহৰুৰ প্ৰিয় ৰঙা গোলাপৰ পুলি লৈ বিদ্যালয়ে বিদ্যালয়ে উপস্থিত হয় বহলপুৰৰ বিশিষ্ট সমাজকৰ্মী গংগাধৰ ৰায় । গোলাপ ফুলৰ জৰিয়তে কণ কণ শিশুসকলৰ মাজত পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে সম্যক জ্ঞান দিয়াৰ প্ৰয়াস কৰে ব্যক্তিগৰাকীয়ে। গোলাপ ফুলৰ জৰিয়তে যাতে শিশুসকলে নেহৰুৰ আদৰ্শ গ্ৰহণ কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি ৰয়ে উল্লেখ কৰে ৷ গংগাধৰ ৰায়ৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাক শলাগ লৈছে বহলপুৰৰ বিভিন্ন সচেতন মহলে ।

লগতে চাওক:শিশু দিৱসঃ দেশৰ ইতিহাস আৰু সাম্প্ৰতিক পৰিস্থিতি

Intro:হাতত গোলাপ ফুলৰ পুলি লৈ বিদ্যালয়ে বিদ্যালয়ে ধুবুৰী জিলাৰ বহলপুৰৰ গংগাধ ৰায়ৰ।

কিন্তু কিয় গংগাধৰৰ এই ব্যতিক্ৰমী যাত্ৰা ?Body:পূৱ বিলাসীপাৰা,১৪ নৱেম্বৰ:

হাতত গোলাপ ফুলৰ পুলি লৈ বিদ্যালয়ে বিদ্যালয়ে ধুবুৰী জিলাৰ বহলপুৰৰ গংগাধৰ ।কিন্তু কিয় গংগাধৰৰ এই ব্যতিক্ৰমী যাত্ৰা ?
চাওক আমাৰ এক প্ৰতিবেদন ।

আজি শিশু দিৱস। প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰু জম্ম দিনটো সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰত উদযাপন কৰিছে বিদ্যালয়ে বিদ্যালয়ে ।

কিন্তু জিলাখনৰ চাপৰৰ বহলপুৰৰ এইগৰাকী ব্যক্তিয়ে ব্যতিক্ৰমী ৰূপত পালন কৰিছে শিশু দিৱস । প্ৰয়াত নেহৰুয়ে আটাইতকৈ ভাল পোৱা গোলাপ ফুলৰ পুলি লৈ বিদ্যালয়ত উপস্থিত বহলপুৰৰ গংগাধৰ ৰায় । গোলাপ ফুলৰ জৰিয়তে কণ কণ শিশু সকলৰ মাজত পণ্ডিত জৱাহৰলাল নেহৰু জীৱন দৰ্শন সম্পৰ্কে সাম্যক জ্ঞান দিয়াৰ প্ৰয়াস কৰিছে । গোলাপ ফুল দেখিলেই যাতে শিশু সকলৰ এই মহান ব্যক্তি গৰাকী লৈ মনত পৰে ।Conclusion:*সমাজকৰ্মী গংগাধৰ ৰায়ৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাক শলাগ লৈছে বিভিন্ন মহলে ।*

Byte- ১.গংগাধৰ ৰায় ।

২. শিক্ষক

৩ . শিক্ষাৰ্থী ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.