ETV Bharat / state

ধুবুৰীৰ গোলকগঞ্জত পথ দুৰ্ঘটনাঃ নিহত 1

ধুবুৰীৰ গোলকগঞ্জত নিশা পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত সানছাৰ আলী নামৰ এজন বৃদ্ধ ৷

author img

By

Published : Mar 16, 2019, 5:23 AM IST

ধুবুৰীৰ গোলকগঞ্জত পথ দুৰ্ঘটনাঃ নিহত 1

ধুবুৰী, 16 মাৰ্চঃ ধুবুৰীৰ গোলকগঞ্জত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। গোলোকগঞ্জৰ তালেৰতল ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা৷ দুৰ্ঘটনা নিহত হয় সানছাৰ আলী নামৰ এজন বৃদ্ধ।

ধুবুৰীৰ গোলকগঞ্জত পথ দুৰ্ঘটনাঃ নিহত 1
ঘাইপথ অতিক্ৰম কৰাৰ সময়তে অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় লোকজন । নিহত লোকজনৰ ঘৰ সিন্দুৰাই দ্বিতীয় খণ্ড গাঁৱত। ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখনে পলায়ন কৰে ৷

SLUG- A_DHB_815_15MARCH_ACCIDENT_VIS_SHAHANUR
Date:- 15/03/19
( Files send through FTP )

    oc/vo:- ধুবুৰীৰ গোলকগঞ্জত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। গোলোকগঞ্জৰ তালেৰতল ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনাত সানছাৰ আলী নামৰ এজন বৃদ্ধৰ মৃত্যু। লোকজন ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে অচিনাক্ত বাহনৰ খুন্দাত থিতাতে মৃত্যু হয়। নিহত লোকজনৰ ঘৰ সিন্দুৰাই দ্বিতীয় খণ্ড গাৱত। ইপিনে দুৰ্ঘটনা সংঘটিত কৰা তীব্র বেজী গাড়ীখন পলায়ন কৰে।

   ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.