ETV Bharat / state

SEDO উদ্যোগত ধেমাজিত মানসিক ৰোগীৰ চিকিৎসা শিবিৰ

author img

By

Published : Jan 3, 2021, 9:47 PM IST

আৰ্থ-সামাজিক বিকাশ সংস্থা চমুকৈ 'চেডৰ’ উদ্যোগত আৰু দ্য এন্টৰ কাৰিকৰী সহযোগত দেওবাৰে মানসিক ৰোগীৰ বাবে এক চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় ৷ ধেমাজি কোৱাফলাস্থিত চেডৰ কাৰ্যালয়ত আয়োজন কৰা শিবিৰটোত অৰ্ধশতাধিক ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে ৷

SEDO mental illness treatment camp
SEDO উদ্যোগত ধেমাজিত মানসিক ৰোগীৰ চিকিৎসা শিবিৰ

ধেমাজি, 3 জানুৱাৰী : ধেমাজি আৰ্থ-সামাজিক বিকাশ সংস্থা চমুকৈ 'SEDO’ৰ উদ্যোগত আৰু দ্য এন্টৰ কাৰিকৰী সহযোগত দেওবাৰে, ধেমাজি কোৱাফলাস্থিত চে'ডৰ কাৰ্যালয়ত মানসিক ৰোগীৰ বাবে এক চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ এই শিবিৰত অৰ্ধশতাধিক ৰোগীক চিকিৎসকে চোৱাচিতা কৰাৰ অন্তত ঔষধ প্ৰদান কৰে ৷

ইফালে শিবিৰটোত এক মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে ডাঃ নিলেশ মোহিত, ডাঃ চন্দন সিং দেউৰী, ধেমাজি জিলা আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানাৱাট, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি অশ্বিনী দুৱৰা ইত্যাদি লোক ৷ উল্লেখ্য যে, চেডৰ তিনিবছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে চিকিৎসা শিবিৰটো অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক: 18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.