ETV Bharat / state

ধেমাজিত নিগনিৰ গাঁতত কৃষি বিভাগৰ সামগ্ৰী - ধেমাজি

যি সময়ত কৃষি মন্ত্ৰী অতুল বৰাই কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়নৰ জৰিয়তে বিভাগটোলৈ  যুগান্তকাৰী পৰিৱৰ্তন অনা হব বুলি দৃঢ়তাৰে দাবী কৰি আহিছে তেনে সময়ত ধেমাজি কৃষি বিভাগৰ চৰকাৰী জৰাজীৰ্ণ গুদামত জহি -খহি গৈছে কৃষি বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ সামগ্ৰী । কৃষকক যোগান ধৰিবলগীয়া বিভিন্ন সামগ্ৰী , সাৰ , ওষধ , যান্ত্ৰিক সামগ্ৰী এতিয়া নিগনি গাঁতত । সম্প্ৰতি সাপ , বেং , নিগনি আদিৰ আৱাসস্থলীলৈ পৰ্যবসিত হৈছে ধেমাজি সদৰৰ কৃষি কাৰ্যালয়ৰ একমাত্ৰ গুদাম গৃহটো ।

ধেমাজিত নিগনিৰ গাঁতত কৃষি বিভাগৰ সামগ্ৰী
author img

By

Published : Jun 22, 2019, 9:48 PM IST

ধেমাজি,22 জুন : সাপ , নিগনিৰ বাসস্থানলৈ পৰিণত ধেমাজিৰ কৃষি কাৰ্যালয়ৰ গুদাম । নিগনিৰ গাঁতত জহি - খহি গৈছে চৰকাৰী কৃষি সামগ্ৰী ।

গুদামৰ এনে অৱস্থাত চিন্তিত হৈ পৰিছে নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত কৃষি বিষয়াগৰাকী ৷ ধেমাজি কৃষি কাৰ্যালয়টোৰ এনে অভাৱ অভিযোগ সমূহ গুৰুত্বসহকাৰে লৈছে আৰু ক্ষীপ্ৰতাৰে যাবতীয় পদক্ষেপ গ্ৰহন কৰি কাৰ্যালয়টোক এক নতুন ৰূপ দিব বুলিও মন্তব্য কৰে জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়াগৰাকীয়ে ।

Intro:সাপ , নিগনিৰ বাসস্থানলৈ পৰ্যবসিত ধেমাজিৰ কৃষি কাৰ্যালয়ৰ গুদাম । নিগনিৰ গাঁতত জহি - খহি গৈছে চৰকাৰী কৃষি সামগ্ৰী ।

Body: ধেমাজি , 22 জুন :
যি সময়ত কৃষি মন্ত্ৰী অতুল বৰাই কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়নৰ জৰিয়তে বিভাগটোলৈ আমচল আৰু যুগান্তকাৰী পৰিৱৰ্তন অনা হব বুলি দৃঢ়তাৰে দাবী কৰি।আহিছে তেনে সময়ত ধেমাজি কৃষি বিভাগৰ চৰকাৰী জৰাজীৰ্ণ গুদামত জহি -খ হি গৈছে কৃষি বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ সামগ্ৰী । কৃষকক যোগান ধৰিবলগীয়া বিভিন্ন সামগ্ৰী , সাৰ , ওষধ , যান্ত্ৰিক সামগ্ৰী এতিয়া নিগনি গাঁতত । বৰ্তমান আওপুৰণি এই গুদাম গৃহটো ইমানেই জৰাজীৰ্ণ যে টিনৰ জলঙাৰে আকাশ দেখি । ভিতৰত প্ৰৱেশ কৰিলে যিকোনো মুহূৰ্ততে আপোনাক বিষাক্ত সাপ , নিগনি আদি বিভিন্ন কীটে দংশন কৰিব পাৰে ।কেৱল ইমানেই নহয় গুদামৰ ভিতৰ কিছু সময় অতিবাহিত কৰিলে আপোনাৰ শ্বাস প্ৰশ্বাস বন্ধ হৈ যাব পাৰে ।কবলৈ গলে সম্প্ৰতি সাপ , বেং , নিগনি আদিৰ আৱাসস্থলীলৈ পৰ্যবসিত হৈছে ধেমাজি সদৰৰ কৃষি কাৰ্যালয়ৰ একমাত্ৰ গুদাম গৃহটো ।

ইপিনে ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া হিচাবে যোগদান কৰিয়ে কৃষি কাৰ্যালয়ৰ গুদাম ঘৰৰ দুৰাৱস্থা প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰে বৰ্তমানৰ কৃষি বিষয়াগৰাকী । কাৰণ বিভাগটোলৈ আহিছে কুইণ্টলে কুইণ্টলে উন্নত খাৰিফ শস্য ৰ বীজ । পিছে কৃষকক যোগান ধৰিবলগীয়া এই বীজ সমূহ সুৰক্ষিত কৰি থবলৈ ঠাইৰ অভাৱ । সেয়ে গুদামৰ অভাবত কাৰ্যালয় চোকে - কোনে জমা কৰি ৰাখিবলগীয়া হৈছে শস্যৰ বীজসমূহ ।
এই বিষয়ে কেৱল ইটিভি ভাৰতৰ আগত অকপটে স্বীকাৰ কৰি কলে বিষয়াগৰাকীয়ে । ইতিমধ্যে গুদাম ৰ এনে অব্যৱস্থাৰ বাবে চিন্তিত হৈ পৰা বিষয়াগৰাকীয়ে ধেমাজি কৃষি কাৰ্যালয়টোৰ এনে অভাৱ অভিযোগ সমূহ গুৰুত্বসহকাৰে লৈছে আৰু ক্ষীপ্ৰতাৰে যাবতীয় পদক্ষেপ গ্ৰহন কৰি কাৰ্যালয়টোক এক নতুন ৰূপ দিব বুলিও মন্তব্য কৰে জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়াগৰাকীয়ে ।

byte......DAO

আনহাতে কৃষকৰ খাদ্য শস্য দুগুণ বৃদ্ধি কৰাকে ধৰি বিভিন্ন কৃষি অভিলাষী আচঁনি কথা কৈ অহা পৰিৱৰ্তনকামী চৰকাৰৰ কৃষি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত সুদৃষ্টি দিবনে অথবা বৰ্তমান ভাৰপ্ৰাপ্ত কৃষি বিষয়া গৰাকীয়ে কোৱা মতে কৃষি কাৰ্যালয়টোক ন- ৰূপত গঢ়ি তুলিবলৈ ,সক্ষম হবনে সেয়াহে এতিয়া লাখকটকীয়া প্ৰশ্ন হৈছে ।

Pradunya Bharali , Dhemaji , Assam, 22/6/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.