ETV Bharat / state

জাতি-মাটি,ভাষা-সংস্কৃতিৰ সৈতে আপোচ নকৰে অসম সাহিত্য সভাই: যাদৱ শৰ্মা - অসমত জাতীয় সত্তা জাগ্ৰত হৈছে

জাতি-মাটি,ভাষা-সংস্কৃতিৰ সৈতে আপোচ নকৰে অসম সাহিত্য সভাই । নতুন কাৰ্যনিৰ্বাহক সভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক যাদৱ শৰ্মাই ৷

caa aggainst jadob sarma
নাগৰিকত্ব সংশোধনী আইনৰ বাবে সৰৱ যাদৱ শৰ্মা
author img

By

Published : Jan 22, 2020, 7:52 AM IST

ধেমাজি, 21জানুৱাৰী : "জাতি-মাটি,ভাষা-সংস্কৃতিৰ লগত কোনো আপোচ কৰাৰ সিদ্ধান্ত নাই ।নতুন কাৰ্যনিৰ্বাহক সভাত "কা" ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লোৱা হ'ব। কেৱল এই আইনখনৰ বিৰোধ কৰি গ'লেই নহ'ব ।বৰ্তমান আইন হিচাপে বলবৎ হলেও আইন অমান্যৰ দৰে আমি কাৰ্যসূচী হাতত ল'বই লাগিব । অসমত জাতীয় সত্তা জাগ্ৰত হৈছে "৷ মঙলবাৰে ধেমাজি জিলা সাহিত্য সভাৰ বিংশতিতম দ্বি- বাৰ্ষিক বৰদলনি অধিৱেশনত এইদৰে মন্তব্য কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ ৷

নাগৰিকত্ব সংশোধনী আইনৰ বাবে সৰৱ যাদৱ শৰ্মা

অন্য এক খবৰৰ বাবে : নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

উল্লেখ্য যে,দেশৰ লগতে ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে ৷ এই আইনখনৰ বিৰোধিতা কৰি সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি দল-সংগঠন সকলোৱে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ তাৰ মাজতেই মঙলবাৰে এই আইনখনৰ বিৰোধিতা কৰি কোনো কাৰণতে এই আইন মানি লোৱা নহয় বুলি উল্লেখ কৰে যাদৱ শৰ্মাই ৷

Intro:

জাতি মাটি ভাষা সংস্কৃতিৰ সৈতে আপোচ নকৰে অসম সাহিত্য সভাই । নতুন কাৰ্যনিৰ্বাহক সভাত কা ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লব : যাদৱ শৰ্মা

Body:ধেমাজি , 21 ।জানুৱাৰী : অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ দৃঢ় মন্তব্য : "জাতি মাটি ভাষা সংস্কৃতিৰ লগত কোনো আপোচ কৰা সিদ্ধান্ত নাই ।নতুন কাৰ্যনিৰ্বাহক সভাত কা ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লব । কেৱল বিৰোধ কৰি গলেই নহব ।বৰ্তমান আইন হিচাপে বলবৎ হলেও আইন অমান্যৰ দৰে কাৰ্যসূচী হাতত লব লাগিব । জাতীয় সত্তা জাগ্ৰত হৈছে ।"

Conclusion:উল্লেখ্য যে ধেমাজি জিলা সাহিত্য সভা বিংশতিতম দ্বি- বাৰ্ষিক বৰদলনি অধিৱেশনৰ মংগলবাৰে মুকলি সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহন কৰিবলৈ আহি সংবাদসেৱীৰ আগত এইদৰে মন্তব্য কৰিলে নৱনিৰ্বাচিত প্ৰধান সম্পাদকগৰাকীয়ে

byte...যাদৱ শৰ্মা , নৱনিৰ্বাচিত প্ৰধান সম্পাদক , অসম সাহিত্য সভা ।

Pradunya Bharali , Dhemaji , Assam, 21/1/2020
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.