ETV Bharat / state

ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ

ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া মন্দিৰা বৰুৱাই কাৰ্যালয়লৈ যোৱা লোকক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ বিষয়াগৰাকীৰ এনে আচৰণৰ প্ৰতিবাদ জনাই বুধবাৰে ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল‘গানেৰে ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

ajyp-protest-agianst-misbehavior-of-circle-officer
ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Oct 21, 2020, 10:19 PM IST

ধেমাজি, 21 অক্টোবৰ : ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া মন্দিৰা বৰুৱাই কাৰ্যালয়লৈ যোৱা লোকক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ বিষয়াগৰাকীৰ এনে আচৰণৰ প্ৰতিবাদ জনাই বুধবাৰে ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল‘গানেৰে ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

ajyp-protest-agianst-misbehavior-of-circle-officer
ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ
অভিযোগ অনুসৰি, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদৰ আঞ্চলিক সমিতিৰ উপসভাপতি সভাপতি লুকুমনি গগৈয়ে মাটি-বাৰী সম্পকীয় কাৰণত ধেমাজি চক্ৰ বিষয়া মন্দিৰা গগৈক অৱগত কৰিবলৈ যাওতে বিষয়াগৰাকীয়ে লোকজনক অপদস্থ কৰি কাৰ্যালয়ৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিছিল ৷ ইপিনে বিষয়াগৰাকীয়ে ভৱিষ্যতে আচৰণ সংশোধন নকৰিলে সংগঠনটোৱে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য কৰে সদৰ আঞ্চলিক সমিতিৰ সম্পাদক ত্ৰলোক্য তামুলীয়ে ৷

লগতে পঢ়ক: নয়দাত আৰক্ষী-অপৰাধীৰ সংঘাতঃ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.