ETV Bharat / state

ধেমাজিত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মুকলি

শুভ উদ্বোধনী অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে ধেমাজি জিলা জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক দেৱেন দত্তই ৷ সভাত ধেমাজি সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই অংশ গ্ৰহণ কৰি নৱগঠিত ৰাজনৈতিক দলটোৰ উদ্দেশ্য সফল হোৱা উদ্দেশ্যে আগবঢ়াই শুভেচ্ছামূলক বক্তব্য ।

ধেমাজিত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মুকলি
ধেমাজিত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মুকলি
author img

By

Published : Dec 6, 2020, 10:55 PM IST

ধেমাজি,6 ডিচেম্বৰঃ অসম জাতীয় পৰিষদৰ ধেমাজিৰ ভৰালীচুকত দেওবাৰে মুখ্য কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ এক আড়ম্বপূৰ্ণ মাজেৰে কাৰ্যালয় ফিটা কাটি শুভ উদ্বোধন কৰে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক হৰেন চুতীয়াই ৷

ধেমাজিত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মুকলি
ধেমাজিত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মুকলি

ইযাৰ পিছতে শুভ উদ্বোধনী অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে ধেমাজি জিলা জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক দেৱেন দত্তই ৷ সভাত ধেমাজি সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই অংশ গ্ৰহণ কৰি নৱগঠিত ৰাজনৈতিক দলটোৰ উদ্দেশ্য সফল হোৱা উদ্দেশ্যে আগবঢ়াই শুভেচ্ছামূলক বক্তব্য । সভাত কেন্দ্ৰীয় সমিতিৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে আগন্তুক ২০২১ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হ’ব বুলি কৈ ইয়াৰ বাবে সকলোকে ওলাই আহিবলৈ আহ্বান জনালে ৷

লগতে পঢ়কঃ ডিব্ৰুগড় যান-বাহন আৰক্ষীক হুইল লক প্ৰদান দুটাকৈ সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.