ETV Bharat / state

দৰঙত উদ্ধাৰ অচিনাক্ত মৃতদেহ

১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় মৃতদেহটো

author img

By

Published : Jun 29, 2019, 12:00 AM IST

দৰঙত উদ্ধাৰ অচিনাক্ত মৃতদেহ

দৰং, 28 জুনঃ দৰঙৰ খাৰুপেটীয়াত শুকুৰবাৰে উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰি থকা বিদ্যুতৰ খুটাৰ ওপৰত উদ্ধাৰ হয় মৃতদেহটো ৷

দৰঙত উদ্ধাৰ অচিনাক্ত মৃতদেহ

আনহাতে, ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷

Intro:: # দৰঙৰ খাৰুপেটীয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Body:দলগাও /২৮ জুন

# # খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত শুক্ৰবাৰে বিদ্যুতৰ পৰি থকা খুটাৰ ওপৰত উদ্ধাৰ হয় মৃতদেহটো ।

# মৃতদেহটোৰ বয়স অনুমানিক ৪৫ পৰা ৫০ বছৰ হব ।

# ঘটনাটোক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে

Conclusion:

# ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
===
আব্দুল হাকিম
দলগাও ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.