ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি - 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Nov 27, 2022, 1:03 PM IST

Crime rate increase in Jorhat : অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীৰ ব্যৰ্থতাক গৰিহণা যোৰহাটবাসীৰ

যোৰহাটত চূড়ান্তভাৱে অৱনতি ঘটিছে আইন-শৃংখলাজনিত পৰিস্থিতি ৷ ফলত গৰজি উঠিছে দল-স‌ংগঠনৰ লগতে যোৰহাটীয়া ৰাইজ ৷ স্মাৰ্ট আৰক্ষী ব্যৱস্থাক ধুলিসাৎ কৰিছে যোৰহাটৰ প্ৰশাসন যন্ত্ৰটোৱে (Jorhat district administration)৷ কাৰণ শনিবাৰে নিশা দুজনীয়া অস্ত্ৰধাৰীৰ দুৰ্বৃত্তই যোৰহাটৰ মৰোৱাৰী পট্টিত থকা এখন ব্যৱসায়ী প্ৰতিষ্ঠানত প্ৰৱেশ কৰি ধন দাবী কৰে ৷ দাবী কৰা ধন নিদিয়া বাবে দুৰ্বৃত্ত দুটাই প্ৰতিষ্ঠানখনৰ এজন কৰ্মচাৰীক গুলীয়াই আঘাতপ্ৰাপ্ত কৰে (Firing in Jorhat)৷

Open firing in Jorhat : যোৰহাটৰ মাজ মজিয়াত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা

অনিমেশ ভূঞা হত্যাকাণ্ডৰ এবছৰ নৌহওঁতেই যোৰহাট আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই একেই স্থানতে সংঘটিত হ’ল গুলীচালনাৰ ঘটনা (Miscreants open firing in Jorhat)৷ আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ প্ৰায়েই যোৰহাট চহৰত সংঘটিত হ’বলৈ ধৰিছে এনেধৰণৰ ঘটনা ৷ চিন্তিত হৈ পৰিছে যোৰহাটবাসী ৷

Mukro violence update: মেঘালয়ত আবদ্ধ অসমৰ লোকসকলক উদ্ধাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে

‘‘মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে (Assam people stuck in Meghalaya) বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই ঘটনাৰ লগত জড়িত প্ৰকৃত দোষীক চিনাক্ত কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে (Firing in Assam Meghalaya border) ৷ শীঘ্ৰে পূৰ্বৰ দৰে সকলো পৰিস্থিতি ঘূৰি আহিব (Tension grips Assam Meghalaya border) ৷’’ শনিবাৰে বোকাখাতত সংবাদ মাধ্যমৰ আগত অসম আৰু মেঘালয়ৰ মাজত চলি থকা সংঘাত (Assam Meghalaya Conflict) সম্পৰ্কত মন্তব্য কৰে কৃষি তথা সীমান্ত অঞ্চল উন্নয়ন বিভাগ মন্ত্ৰী অতুল বৰাই ।

Body recovered in Nagaon: নগাঁৱৰ সোণাইঘাট হাইস্কুলৰ সমীপত উদ্ধাৰ যুৱকৰ মৃতদেহ

নগাঁৱত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ (Body recovered at Sonaighat High school) ৷ সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ (Sonaighat High school) ৷ মৃতদেহটোৰ ওচৰতে নিচাজাতীয় সামগ্ৰী প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷

Cabinet meeting in Barak valley: ২৯ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক

শিলচৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা প্ৰশাসনৰ সৈতে ভাৰ্চুৱেল কনফাৰেঞ্চৰ জৰিয়তে বৈঠকত মিলিত হয়(Assam cm virtual meet with district administrator) । পূৰ্বে ১১ নৱেম্বৰত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল যদিও স্থগিত ৰখা হৈছিল । কেবিনেট বৈঠকখনৰ জৰিয়তে বৰাক উপত্যকাৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ দিশ নিৰ্ণয় হ'ব বুলি আশাবাদী বৰাকবাসী ।

Foresters injured in Rhino attack: কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন

কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক ৷ আহত হয় বনকৰ্মী বিনোদ চাৰৰ লগতে বন বিভাগৰ কাম কৰিবলৈ যোৱা জীৱন চাৰ নামৰ এজন স্থানীয় যুৱক (Foresters injured in Rhino attack) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, কহঁৰা বনাঞ্চলৰ অধীনৰ বৰবিলত নিৰীক্ষণ পথ মেৰামতিৰ কাম চলি আছিল ৷ পথ মেৰামতিৰ স্থানত উপস্থিত আছিল বনকৰ্মী বিনোদ চাৰ আৰু স্থানীয় যুৱক জীৱন চাৰ ৷ হঠাৎ গঁড়টোৱে দুয়োকে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ৷

Police naxal firing in Chhattisgarh : প্ৰচণ্ড গুলীয়াগুলীত নিহত 4 মাওবাদী

ছত্তীশগড়ৰ পোমৰা বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী ৷ গুলীয়াগুলীত নিহত হ’ল ৪ টা মাওবাদী । এগৰাকী মহিলাকে ধৰি তিনিটা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Naxalites killed in encounter in Bijapur)।

Road accident in Cachar: কাছাৰত পথ দুৰ্ঘটনাত নিহত অটো চালক

কাছাৰৰ উধাৰবন্দত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন অটো চালক ৷ নিহত‌ অটো চালকজন শিলচৰৰ চেংকুড়ি ৰোডৰ বাসিন্দা দেবু দাস (২৫) বুলি জানিব পৰা গৈছে ৷

Worlds tallest Shiva statue: আজি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব বিশ্বৰ সৰ্বোচ্চ শিৱ মূৰ্তিটো

আজিৰ পৰা সাধাৰণ মানুহে দেখা পাব বিশ্বৰ আটাইতকৈ ওখ শিৱ মূৰ্তি বিশ্ব স্বৰূপম (Worlds tallest Shiva statue) । নাথদ্বাৰাত অৱস্থিত ভগৱান শিৱৰ অনন্য ৰূপটো চাবলৈ মানুহে ২০০ টকাৰ প্ৰৱেশ মাচুল জমা দিব লাগিব । ইয়াৰ সমান্তৰালকৈ অন্যান্য সামগ্ৰীৰ ব্যয়ৰ মাচুলো নিৰ্ধাৰণ কৰা হৈছে ।

Firing at Jorhat : নিশাৰ অন্ধকাৰত যোৰহাটৰ মাজমজিয়াত গুলীচালনা

যোৰহাটত চাঞ্চল্যকৰ ঘটনা ৷ নগৰৰ মাজমজিয়াস্থিত মাৰোৱাৰী পট্টিত গুলীচালনাৰ ঘটনা(Firing at Jorhat) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.