দৰং, 18 জুনঃ এযোৰ দুযোৰ নহয় দলগাঁৱত চাৰি যোৰকৈ দম্পত্তি বহিল হোমৰ জুইৰ আগত ৷ সম্পূৰ্ণ ৰীতি নীতিৰে বিবাহ পাশত আবদ্ধ হ'ল 4 যোৰ দৰা কইনা ৷ কিন্তু সকলোৱে আছে একোটিকৈ সন্তান ৷ কাৰণ সামাজিক ভাৱে বিবাহত বহিব নোৱাৰা 4 যোৰ দম্পত্তিক বিয়া পাতি দিলে সমাজে ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত....
দৰঙৰ দলগাঁৱত সামাজিক বিবাহত বহিল 4 যোৰ দম্পত্তি - etv bharat
এনিশাৰ বাবে কেঁচুৱা আনৰ কোলাত দি পিতৃ মাতৃ আহিছে বিবাহ হ'বলৈ কাৰণ সমাজৰ নিয়ম l বিবাহ হ'বই লাগিব ৷ সমাজত চলিবলৈ হ'লে সামাজিক নীতি নিয়ম মানিবই লাগিব ৷
দৰঙৰ দলগাঁৱত সামাজিক বিবাহত বহিল 4 যোৰ দম্পত্তি
দৰং, 18 জুনঃ এযোৰ দুযোৰ নহয় দলগাঁৱত চাৰি যোৰকৈ দম্পত্তি বহিল হোমৰ জুইৰ আগত ৷ সম্পূৰ্ণ ৰীতি নীতিৰে বিবাহ পাশত আবদ্ধ হ'ল 4 যোৰ দৰা কইনা ৷ কিন্তু সকলোৱে আছে একোটিকৈ সন্তান ৷ কাৰণ সামাজিক ভাৱে বিবাহত বহিব নোৱাৰা 4 যোৰ দম্পত্তিক বিয়া পাতি দিলে সমাজে ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত....
Intro:দৰঙৰ দলগাওত ৰাজহুৱাকৈ সামাজিক বিবাহBody:বৰ্তমান সময়তো যে সমাজত সামাজিক নিতি নিয়মৰ গুৰুত্ব আছে সেয়া প্ৰমান কৰি দিলে দৰঙৰ দলগাওত ৷
অসমীয়াত এটা কথা আছে,"ৰ " মাৰে বাপেৰে বিয়া দেখুৱাই দিম সেয়া যেন প্ৰামান কৰি দেখুৱাই দিলে, দৰঙৰ দলগাওত অনুস্টিত হয় ব্যতিক্ৰমী বিয়া দৰা কইনা এজোৰ দুইজোৰ দড়া কইনা চাৰি যোৰ পিচে এই বিবাহ নব বিবাহিত দৰা কইনাৰ নহয় প্ৰেম পাশত আবদ্ধ হৈ বিবাহ পাশত বন্ধ হোৱা দম্পত্তীৰ হে প্ৰতি যোৰা দম্পত্তীৰ একোতাকৈ সন্তানৰ পিতৃ মাতৃ ৷কাৰোবাৰ যদি দৌৰি ফুৰা একোতাকে সন্তান আন কাৰোবাৰ আছে পানী কেচুৱা পিচে সেই কেচুৱা আনৰ কোলাত এনিশাৰ বাবে দি পিতৃ মাতৃ আহিছে বিবাহ হবলৈ ৷কাৰন বিবাহ হবই লাগিব কাৰন সমাজৰ নিয়ম৷সমাজত চলিবলৈ হলে সামাজিক নিতি নিয়ম মানিবই লাগিব
byte, গাও বাসী ৷
vo, পিছে পূৰ্বতে মাহ হালধীৰ গোন্ধ লৈ হুমৰ তলিত বহা সুভাগ্য হোৱা নাচিল সেয়ে সুখ প্ৰকাশ কৰিচে দৰাই নিজেই,
byte ,দৰা Conclusion:মাহ হালধীৰ গোন্ধ লৈ ৰভা তলিত বিবাহ হোৱা পুনৰ সো জগ পাই খুবেই আনন্দিত দৰা সকল
দৰঙৰ পৰা দেবব্ৰত গোস্বামী