দৰং, 10 আগষ্টঃ দলগাঁৱত এন আৰ চিৰ পুনৰীক্ষণৰ নামত হাৰাশাস্তিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ইত্তেহাদ ফ্ৰন্ট অসমে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰতীক হাজেলাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ এন আৰ চিৰ শুনানিলৈ যোৱা অৱস্থাত দুটাকৈ বাছ দুৰ্ঘটনা মৃত্যু তথা আহত হোৱা সকলক ক্ষতিপূৰ, ধৰ্মীয় সংখ্যালঘু লোকসকলক এন আৰ চিৰ পুনৰীক্ষণ নামত হাৰাশাস্তি বন্ধ কৰাৰ
দাবীতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে দলটোবে ৷ শীঘ্ৰে দাবী সমূহ পূৰণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে ইত্তেহাদ ফ্ৰন্ট নামৰ সংগঠনটোয়ে ৷
দলগাঁৱৰ ৰাজপথত জ্বলিল প্ৰতীক হাজেলাৰ প্ৰতিমূৰ্তি - দৰং
এন আৰ চিৰ শুনানিত অংশগ্ৰহণৰ নামত দুটাকৈ বাছ দুৰ্ঘটনাত মৃত্যু তথা আহত হোৱা সকলক ক্ষতিপূৰ, ধৰ্মীয় সংখ্যালঘু লোকসকলক এন আৰ চিৰ পুনৰীক্ষণ নামত হাৰাশাস্তি বন্ধ কৰাৰ দাবীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে ইত্তেহাদ ফ্ৰন্ট অসম নামৰ সংগঠনটোৱে ৷
দৰং, 10 আগষ্টঃ দলগাঁৱত এন আৰ চিৰ পুনৰীক্ষণৰ নামত হাৰাশাস্তিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ইত্তেহাদ ফ্ৰন্ট অসমে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰতীক হাজেলাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ এন আৰ চিৰ শুনানিলৈ যোৱা অৱস্থাত দুটাকৈ বাছ দুৰ্ঘটনা মৃত্যু তথা আহত হোৱা সকলক ক্ষতিপূৰ, ধৰ্মীয় সংখ্যালঘু লোকসকলক এন আৰ চিৰ পুনৰীক্ষণ নামত হাৰাশাস্তি বন্ধ কৰাৰ
দাবীতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে দলটোবে ৷ শীঘ্ৰে দাবী সমূহ পূৰণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে ইত্তেহাদ ফ্ৰন্ট নামৰ সংগঠনটোয়ে ৷
Byte= Nur Islam(GS) Ittehad Front Assam .
## দলগাঁৱত এন আৰ চিৰ পুনৰ্নিৰীক্ষণ নামত হাৰাশাস্তিৰ প্ৰতিবাদ ইত্তেহাদ ফ্ৰন্ট অসমৰ ।
## মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু প্ৰতীক হাজেলাৰ প্ৰতিমুৰ্তি দাহ ৷
Body:
দলগাও /১০ আগষ্ট
উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত এন আৰ চি উন্নিতকৰণৰ কাম চলি আছে
যদিও এন আৰ চি ৰ পূণৰীক্ষনৰ বাবে অতি কম সময়ৰ ভিতৰত নামনি অসম পৰা উজনি অসমৰ বিভিন্ন ঠাইত উপস্থিত হোৱাৰ বাবে জাননী জাৰি কৰি আতংকিত কৰি তোলে এন আৰ চি কতৃপক্ষই ।শুনানিৰ বাবে নামনি অসমৰ পৰা 400/ 500 কিলোমিটাৰ দুৰলৈ যাওঁতে দুটাকৈ বাছ দুৰ্ঘটনাত মৃত ও আহত সকলক উপযুক্ত ক্ষতিপূৰণ , ভাষিক ও ধৰ্মীয় সংখ্যালঘু লোকসকলক এন আৰ চিৰ পুনৰীক্ষণ নামত হাৰাশাস্তি বন্ধ কৰাৰ
দাবীত আজি দৰঙৰ বেছিমাৰীত ইত্তেহাদ ফ্ৰন্টৰ দৰং জিলা সমিতিয়ে বিভিন্ন আঞ্চলিকৰ সহযোগত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী আৰু এন আৰ চি সমন্বয়ক প্ৰতীক হাজেলাৰ প্ৰতিমুৰ্তি দাহ কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানাৰে দলগাঁৱৰ বেছিমাৰীৰ আকাশ বতাহ কপাই তোলে । উল্লেখ্য যে অনাগত দিনত দাবী সমূহ পূৰন নহলে গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুমকি ইত্তেহাদ ফ্ৰন্ট নামৰ সংগঠনটোৰ ।
Conclusion:উল্লেখ্য যে অনাগত দিনত দাবী সমূহ পূৰন নহলে গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুমকি ইত্তেহাদ ফ্ৰন্ট নামৰ সংগঠনটোৰ ।
আব্দুল হাকিম
দলগাও ।