ETV Bharat / state

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ দৰ্জাত ওলাল পঁচা কাঠ - Pradhan Mantri Abash Yojna

2016-17 বৰ্ষত অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে ইছিৰন নেচা নামৰ এগৰাকী মহিলাৰ নামত আৱন্টন দিছিল PMAYGৰ এটি গৃহ । গৃহটোৰ নির্মাণৰ কাম 2018-19 বৰ্ষত সমাপ্ত কৰে পঞ্চায়ত খনৰ ৱাৰ্ড সদস্য গৰাকীয়ে । গৃহ নিৰ্মানত অতি নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাৰ ফলত ঘৰটোৰ দৰ্জা-খিৰিকীসমূহ অতি কম দিনৰ ভিতৰতে পচি জহি-খহি যায় ৷

Pradhan Mantri Abash Yojna scam
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত দূৰ্নীতি ৱাৰ্ড সদস্যৰ
author img

By

Published : Mar 12, 2020, 11:32 AM IST

দলগাঁও, 12 মাৰ্চঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দলগাঁৱত ব্যাপক দূৰ্নীতি আৰু অনিয়ম ৷ নিৰ্মাণৰ এবছৰ পিছতেই জহি-খহি গৈছে আৱাস গৃহৰ দৰ্জা-খিৰিকী ৷ উল্লেখ্য যে, দলগাঁৱৰ কল্যাণ গাঁও পঞ্চায়তত দৰিদ্ৰ লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ PMAYG আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ নামত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ 2016-17 বৰ্ষত অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে ইছিৰন নেচা নামৰ এগৰাকী মহিলাৰ নামত আৱন্টন দিছিল PMAYGৰ এটি গৃহ ।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত দূৰ্নীতি ৱাৰ্ড সদস্যৰ

গৃহটোৰ নির্মাণৰ কাম 2018-19 বৰ্ষত সমাপ্ত কৰে পঞ্চায়ত খনৰ ৱাৰ্ড সদস্য গৰাকীয়ে । কিন্তু গৃহ নিৰ্মাণত চৰম দূৰ্নীতি সংঘটিত কৰে ৱাৰ্ড সদস্য গৰাকীয়ে ৷ গৃহ নিৰ্মাণত অতি নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাৰ ফলত ঘৰটোৰ দৰ্জা-খিৰিকীসমূহ অতি কম দিনৰ ভিতৰতে পচি জহি-খহি যায় ৷ যাৰ ফলত এতিয়া ঘৰটোৰ খিৰিকী-দৰ্জা অবিহনে নিশা পাৰ কৰিবলগীয়া হৈছে ভূক্তভোগী হিতাধিকাৰীগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত উক্ত কামৰ লগত জড়িত বিষয়া কৰ্মচাৰীৰ লগতে ৱাৰ্ড সদস্য গৰাকীৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-টিংখাঙত জন্মৰ ভুৱা প্ৰমাণ পত্ৰৰ বেহাঃ ৰঙাঘৰত দুই যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.