দলগাঁও,09 জুন : জন প্ৰতিনিধিৰ আশা বাদ দি দলগাঁৱত পথ মেৰামতিত নামিল স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তাসকল । স্থানীয় লোকৰ অভিযোগ অনুসৰি খাৰুপেটীয়াৰ নিমতলিৰ পৰা কৌপাটিলৈ পথটো ঠিকাদাৰে নামমাত্ৰ কাম কৰিয়েই সামৰে দায়িত্ব ৷ দুই নম্বৰ শিয়ালমাৰী গাঁৱত এজাক বৰষুণতে একাঁঠু পানী জমা হৈ সৃষ্টি হোৱা বোকা পানীৰ ফলত পথচাৰীসকলে যমৰ যাতনা ভুগিব লগীয়া হৈছে । দীৰ্ঘদিন ধৰি পথটো যাতায়তৰ অনুপযোগী হৈ থকাৰ পাচতো জন প্ৰতিনিধি সকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অতিষ্ঠ হৈ পথ চোৱা মেৰামতিৰ কামত লাগে Trironga Social Welfare Association নামৰ স্বেচ্ছাসেৱীসংগঠনৰ কৰ্মকৰ্তাসকল ।
কল্যাণ গাঁও পঞ্চায়তৰ অন্তৰ্গত অতি ব্যস্ত পথটো অতি শীঘ্ৰে মেৰামতি কৰি যাতায়ত সুচল কৰি তোলাৰ বাবে বিভাগীয় কৰ্তপক্ষক দাবী জনায় কৰ্মকৰ্তাসকলে ।
দলগাঁৱত পথ মেৰামতিত নামিল স্বেচ্ছাসেৱী সংগঠন - ROAD REPAIRING
দীৰ্ঘদিন ধৰি পথটো যাতায়তৰ অনুপযোগী হৈ থকাৰ পাচতো জন প্ৰতিনিধি সকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অতিষ্ঠ হৈ পথ চোৱা মেৰামতিৰ কামত লাগে Trironga Social Welfare Association নামৰ স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তাসকল ।
দলগাঁও,09 জুন : জন প্ৰতিনিধিৰ আশা বাদ দি দলগাঁৱত পথ মেৰামতিত নামিল স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তাসকল । স্থানীয় লোকৰ অভিযোগ অনুসৰি খাৰুপেটীয়াৰ নিমতলিৰ পৰা কৌপাটিলৈ পথটো ঠিকাদাৰে নামমাত্ৰ কাম কৰিয়েই সামৰে দায়িত্ব ৷ দুই নম্বৰ শিয়ালমাৰী গাঁৱত এজাক বৰষুণতে একাঁঠু পানী জমা হৈ সৃষ্টি হোৱা বোকা পানীৰ ফলত পথচাৰীসকলে যমৰ যাতনা ভুগিব লগীয়া হৈছে । দীৰ্ঘদিন ধৰি পথটো যাতায়তৰ অনুপযোগী হৈ থকাৰ পাচতো জন প্ৰতিনিধি সকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অতিষ্ঠ হৈ পথ চোৱা মেৰামতিৰ কামত লাগে Trironga Social Welfare Association নামৰ স্বেচ্ছাসেৱীসংগঠনৰ কৰ্মকৰ্তাসকল ।
কল্যাণ গাঁও পঞ্চায়তৰ অন্তৰ্গত অতি ব্যস্ত পথটো অতি শীঘ্ৰে মেৰামতি কৰি যাতায়ত সুচল কৰি তোলাৰ বাবে বিভাগীয় কৰ্তপক্ষক দাবী জনায় কৰ্মকৰ্তাসকলে ।
*পথ নহয় যেন পথাৰ হে ।
** পথ মেৰামতিত নামিল এন জি অৰ কৰ্ম কৰ্তা সকল ।Body:দলগাও / ৯ জুন
জন প্ৰতিনিধিৰ আশা বাদ দি দলগাঁৱত পথ মেৰামতিত নামিল এন জি অৰ কৰ্ম কৰ্তা সকল । খাৰুপেটীয়াৰ নিমতলিৰ পৰা কৌপাটি লৈ যোৱা পথটো ঠিকাদাৰে নামমাত্ৰ কাম কৰি দায়িত্ব সামৰাৰ ফলত দুই নম্বৰ শিয়ালমাৰী গাঁৱত এজাক বৰষুণত একাঠু পানী জমা হৈ সৃষ্টি হোৱা বোকা পানীৰ ফলত পথচাৰী সকল যমৰ যাতনা ভুগিব লগীয়া হৈছে । দীৰ্ঘদিন ধৰি পথটো যাতায়তৰ অনুপযোগী হৈ থকাৰ পিছতো জন প্ৰতিনিধি সকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অতিষ্ঠ হৈ পথ চোৱা মেৰামতি কামত লাগে Trironga Social Welfare Association নামৰ এন জি অৰ কৰ্ম কৰ্তা সকল ।
Conclusion:কল্যাণ গাও পঞ্চায়তৰ অৰ্ন্তগত অতি ব্যস্ত পথটো অতি শীঘ্ৰে মেৰামতি কৰি যাতায়ত সুচল কৰি তোলাৰ বাবে বিভাগীয় কতৃপক্ষক দাবী জনায় এন জিৰ কৰ্ম কৰ্তা সকলে ।
আব্দুল হাকিম
দলগাও ।