ছিপাঝাৰ, 4 জুলাইঃ দিল্লীৰ তালকাটাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কাই চাবজুনিয়ৰ নেচনেল কাৰাটে চেম্পিয়নশ্বিপত দৰঙৰ মৌচুমী নাথে সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মৌচুমী নাথৰ এই কৃতিত্বত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দৰংবাসী । প্ৰায় ৬ বছৰ বয়সৰ পৰাই পঢ়া শুনাৰ লগতে নিয়মিতভাৱে কাৰাটে অনুশীলন কৰি বিভিন্ন প্ৰতিযোগিতাত পাৰৰ্দশিতা অৰ্জন কৰি আহিছে ছাত্ৰী গৰাকীয়ে । কিন্তু গুৰুত্বপূৰ্ণ যে, ক্ষুদ্ৰ ব্যৱসায় আৰু সময়ে সময়ে হাজিৰা কৰি পোহপাল দিয়া মৌচুমীৰ পিতৃয়ে ছাত্ৰী গৰাকীক প্ৰশিক্ষণৰ দিব পৰা নাই উপযুক্ত সুবিধা । আনহাতে বিভিন্ন সময়ত কেতবোৰ আঁচনি ঘোষণাৰে গ্ৰাম্যাঞ্চলৰ খেলুৱৈ সকলক আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিসকলৰ এজনৰো বৰ্তমানলৈকে খেলুৱৈ গৰাকীৰ খবৰ লবলৈ আহৰি হোৱা নাই । ইয়াৰ পাছতো মৌচুমীৰ পিতৃ-মাতৃয়ে নিজ কন্যাক সহায় কৰিবৰ বাবে জনপ্ৰতিনিধি আৰু বিভিন্ন মহললৈ কাতৰ আহ্বান জনাইছে ।
মৌচুমীয়ে আনিলে ৰাজ্যলৈ গৌৰৱ - মৌচুমী নাথে
প্ৰায় ৬ বছৰ বয়সৰ পৰাই পঢ়া শুনাৰ লগতে নিয়মিতভাৱে কাৰাটে অনুশীলন কৰি বিভিন্ন প্ৰতিযোগিতাত পাৰৰ্দশিতা অৰ্জন কৰি অহা মৌচুমী নাথে শেষতীয়াকৈ দিল্লীৰ তালকাটাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কাই চাবজুনিয়ৰ নেচনেল কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে
ছিপাঝাৰ, 4 জুলাইঃ দিল্লীৰ তালকাটাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কাই চাবজুনিয়ৰ নেচনেল কাৰাটে চেম্পিয়নশ্বিপত দৰঙৰ মৌচুমী নাথে সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মৌচুমী নাথৰ এই কৃতিত্বত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দৰংবাসী । প্ৰায় ৬ বছৰ বয়সৰ পৰাই পঢ়া শুনাৰ লগতে নিয়মিতভাৱে কাৰাটে অনুশীলন কৰি বিভিন্ন প্ৰতিযোগিতাত পাৰৰ্দশিতা অৰ্জন কৰি আহিছে ছাত্ৰী গৰাকীয়ে । কিন্তু গুৰুত্বপূৰ্ণ যে, ক্ষুদ্ৰ ব্যৱসায় আৰু সময়ে সময়ে হাজিৰা কৰি পোহপাল দিয়া মৌচুমীৰ পিতৃয়ে ছাত্ৰী গৰাকীক প্ৰশিক্ষণৰ দিব পৰা নাই উপযুক্ত সুবিধা । আনহাতে বিভিন্ন সময়ত কেতবোৰ আঁচনি ঘোষণাৰে গ্ৰাম্যাঞ্চলৰ খেলুৱৈ সকলক আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিসকলৰ এজনৰো বৰ্তমানলৈকে খেলুৱৈ গৰাকীৰ খবৰ লবলৈ আহৰি হোৱা নাই । ইয়াৰ পাছতো মৌচুমীৰ পিতৃ-মাতৃয়ে নিজ কন্যাক সহায় কৰিবৰ বাবে জনপ্ৰতিনিধি আৰু বিভিন্ন মহললৈ কাতৰ আহ্বান জনাইছে ।
ছিপাঝাৰৰ মৌচুমী নাথৰ নেচনেল কাৰাটেত সোনৰ পদক লাভ ৷
খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ।
Body:
দিল্লীৰ তালকাটাৰা ষ্টেডিয়ামত ১০ জুনৰ পৰা ১২ জুনলৈ অনুস্থিত হোৱা কাই চাবজুনিঅৰ নেচনেল কাৰাটে চেম্পিয়নশ্বিপ ২০১৯ ত দৰঙ সন্তান মৌচুমী নাথে সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে দৰঙলৈ কঢ়িয়াই আনিলে গৌৰৱ ৷মৌচুমী নাথ ছিপাঝাৰৰ সাতঘৰীয়া গাঁওৰ ৰমেশ চন্দ্ৰ নাথ আৰু চন্দমা দেৱীৰ দ্বিতীয় কন্যা ৷ ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মৌচুমী নাথৰ কৃতিত্বত উৎফুল্লিত এতিয়া দৰংবাসী ৷ ছোৱালীৰ ১২ বছৰৰ (- 40 Kg ) শাখাৰ কুমেট ত অংশগ্ৰহন কৰি সোণৰ পদক অৰ্জন কৰে মৌচুমীয়ে ৷ ৬ বছৰ বয়সৰ পৰা পঢ়াৰ লগতে নিয়মিত কাৰাটে অনুশীলন কৰি বিভিন্ন প্ৰতিযোগিতাত পাৰৰ্দশিতা অৰ্জন কৰা ছাত্ৰী গৰাকীৰ পিতৃ - মাতৃয়ে শেহতীয়াভাবে দিৱ পৰা নাই উপযুক্ত সুবিধা ৷ ক্ষুদ্ৰ ব্যৱসায় আৰু সময়ে সময়ে হাজিৰা কৰি পোহপাল দিয়া পিতৃয়ে মৌচুমীক দিব পৰা নাই প্ৰশিক্ষণ ৷ চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰি গ্ৰাম্যাঞ্চলৰ খেলুৱৈ সকলক আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ কিন্তু খেলুৱৈ সকলে সেই সুবিধাৰ পৰা সদায় বঞ্চিত হৈ আহিছে ৷ নাই অনুশীলন কৰিবলৈ এখন উপযুক্ত খেলপথাৰ ৷ যি দৰে বঞ্চিত হৈ আহিছে মৌচুমী নাথ ৷ ঘৰে ঘৰে খুজি মাগি কন্যাক দিল্লীলৈ যোৱাৰ খৰছ যোগাৰ কৰিবলগীয়া হৈছে পিতৃ- মাতৃয়ে ৷ সোনৰ পদক অৰ্জন কৰাৰ পিছতো এবাৰলৈ খৱৰ লৱলৈ সময় নহল জনপ্ৰতিনিধিৰ ৷ সেয়ে মৌচুমীৰ মাতৃৰ কাতৰ আহ্বান জনপ্ৰতিনিধিলৈ ৷ চৰকাৰে আগবাঢ়ি আহি মৌচুমীৰ দৰে সম্ভাৱনাপূৰ্ন খেলুৱৈ সকলক উপযুক্ত প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি খেলুৱৈ সকলে যাতে ৰাজ্যৰ লগতে ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব পাৰে ৷ উল্লেখ্য যে ৩৪ Anchor
দিল্লীৰ তালকাটাৰা ষ্টেডিয়ামত ১০ জুনৰ পৰা ১২ জুনলৈ অনুস্থিত হোৱা কাই চাবজুনিঅৰ নেচনেল কাৰাটে চেম্পিয়নশ্বিপ ২০১৯ ত দৰঙ সন্তান মৌচুমী নাথে সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে দৰঙলৈ কঢ়িয়াই আনিলে গৌৰৱ ৷মৌচুমী নাথ ছিপাঝাৰৰ সাতঘৰীয়া গাঁওৰ ৰমেশ চন্দ্ৰ নাথ আৰু চন্দমা দেৱীৰ দ্বিতীয় কন্যা ৷ ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মৌচুমী নাথৰ কৃতিত্বত উৎফুল্লিত এতিয়া দৰংবাসী ৷ ছোৱালীৰ ১২ বছৰৰ (- 40 Kg ) শাখাৰ কুমেট ত অংশগ্ৰহন কৰি সোণৰ পদক অৰ্জন কৰে মৌচুমীয়ে ৷ ৬ বছৰ বয়সৰ পৰা পঢ়াৰ লগতে নিয়মিত কাৰাটে অনুশীলন কৰি বিভিন্ন প্ৰতিযোগিতাত পাৰৰ্দশিতা অৰ্জন কৰা ছাত্ৰী গৰাকীৰ পিতৃ - মাতৃয়ে শেহতীয়াভাবে দিৱ পৰা নাই উপযুক্ত সুবিধা ৷ ক্ষুদ্ৰ ব্যৱসায় আৰু সময়ে সময়ে হাজিৰা কৰি পোহপাল দিয়া পিতৃয়ে মৌচুমীক দিব পৰা নাই প্ৰশিক্ষণ ৷ চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰি গ্ৰাম্যাঞ্চলৰ খেলুৱৈ সকলক আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ কিন্তু খেলুৱৈ সকলে সেই সুবিধাৰ পৰা সদায় বঞ্চিত হৈ আহিছে ৷ নাই অনুশীলন কৰিবলৈ এখন উপযুক্ত খেলপথাৰ ৷ যি দৰে বঞ্চিত হৈ আহিছে মৌচুমী নাথ ৷ ঘৰে ঘৰে খুজি মাগি কন্যাক দিল্লীলৈ যোৱাৰ খৰছ যোগাৰ কৰিবলগীয়া হৈছে পিতৃ- মাতৃয়ে ৷ সোনৰ পদক অৰ্জন কৰাৰ পিছতো এবাৰলৈ খৱৰ লৱলৈ সময় নহল জনপ্ৰতিনিধিৰ ৷ সেয়ে মৌচুমীৰ মাতৃৰ কাতৰ আহ্বান জনপ্ৰতিনিধিলৈ ৷ চৰকাৰে আগবাঢ়ি আহি মৌচুমীৰ দৰে সম্ভাৱনাপূৰ্ন খেলুৱৈ সকলক উপযুক্ত প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি খেলুৱৈ সকলে যাতে ৰাজ্যৰ লগতে ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব পাৰে ৷
Conclusion:উল্লেখ্য যে ৩৪ খন ৰাজ্যৰ খেলুৱৈ অংশগ্ৰহন কৰিছিল এই কেৰাটে খেলত।
গ্ৰহন কৰিছিল এই কেৰাটে খেলত।
Debabrat goswami