ETV Bharat / state

পিতৃৰ হাতত প্ৰাণ হেৰুৱালে দুই শিশুৱে - Father killed his own children in Dolgaon

দৰঙত নিজ পিতৃয়ে হত্যা কৰিলে দুই পুত্ৰ-কন্যাক ৷ শুই থকা অৱস্থাত পুখুৰীত পেলাই দুই শিশুক হত্যা ৷

পুখুৰীত পেলাই হত্যা
দুই শিশুক হত্যা নিজ পিতৃৰ
author img

By

Published : Jan 28, 2020, 12:44 PM IST

দলগাঁও, 28 জানুৱাৰী : দৰঙৰ দলগাঁৱত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা ৷ দুই পুত্ৰ-কন্যাক পুখুৰীত পেলাই হত্যা কৰিলে পাষান পিতৃয়ে ৷ নজৰুল হক নামৰ লোকজনে পুত্ৰ আবুল হুছেইন (৫) আৰু কন্যা নুৰ চাহিদাক (৪) শুই থকা অৱস্থাত পানীত পেলাই হত্যা কৰে ৷

নজৰুল হক
হত্যাকাৰী পিতৃ

এই হত্যাকাণ্ডৰ কাৰণ বৰ্তমানেও স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে । নজৰুল হকক ইতিমধ্যে দলগাঁও আৰক্ষীয়ে আটক কৰিছে ।

দলগাঁৱত অঘটন

আৰু পঢ়ক : 'CAA 2019' কলৈ উচ্চতম ন্যায়ালয়ৰ শুনানিক সংবাদ মাধ্যমে বিতংকৈ প্ৰচাৰ নকৰাৰ অভিযোগ অসম সন্মিলিত

Intro:Slug= Dalgaon_Two_Child_Dead_
Byte=Publican

## দলগাঁৱত হৃদয় বিদাৰক ঘটনা ।
## শুই থকা দুই পুত্ৰ-কন্যাক পুখুৰীত পেলাই হত্যা কৰিলে পাষান পিতৃয়ে ।
## আটক হত্যাকাৰী পিতৃ ।

Body:

দলগাঁও /২৮ জানুৱাৰী

# দৰঙৰ দলগাঁৱত নৃশংস হত্যাকাণ্ড ।
# নিজ পিতৃয়ে হত্যা কৰিলে নিজৰ দুই ফুল কুমলীয়া পুত্ৰ কন্যাক ।
# নিশা টোপনিত থকা ৫ বছৰীয়া পুত্ৰ আৰু ৪ বছৰীয়া কন্যাক পুখুৰীৰ পানীত পেলাই হত্যা কৰিলে পাষান পিতৃয়ে ।
## হত্যা কৰা শিশু দুটাৰ নাম আবুল হুছেইন ( ৫)আৰু নুৰ চাহিদা (৪ )।
# এই হৃদয় বিদাৰক হত্যাকাণ্ড সংঘটিত হৈছে দলগাঁৱৰ ৰ ৰোহিনীকাষ গাঁৱত ।

## পাষান পিতৃ নজৰুল হকক আটক কৰিলে দলগাঁও আৰক্ষীয়ে ।

# এই হত্যা কাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ।

Conclusion:

# # আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

আব্দুল হাকিম
দলগাঁও ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.