ETV Bharat / state

দৰঙৰ কুৰুৱাত ব্ৰহ্মপুত্ৰই ছিঙিলে মথাউৰি - বাঢ়নীপানী

দৰঙৰ কুৰুৱাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিলে মথাউৰি ৷ ফলত হুৰাহুৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ ৷

দৰঙৰ কুৰুৱা ব্ৰহ্মপুত্ৰই ছিঙিলে মথাউৰি
author img

By

Published : Jul 17, 2019, 1:32 PM IST

দৰঙ,জুলাই 17 : ৰাজ্যত সৰ্বত্ৰে তাণ্ডৱলীলা চলাইছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীয়ে ৷ দৰঙৰ কুৰুৱাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিলে মথাউৰি ৷ ফলত হুৰাহুৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ ৷ বানত প্লাৱিত হৈছে ওপৰ কুৰুৱা,ভাটি কুৰুৱা,মাজ কুৰুৱা,বাজানা পথাৰ,খলিহৈ আদিকে ধৰি বহুকেইখন গাঁও ৷ বন্যাৰ্তক সহায়ৰ বাবে উপস্থিত হৈছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দল ৷ বৰ্তমান সুৰক্ষিত স্থান বিচাৰি আশ্ৰয় শিৱিৰ স্থাপনৰ ব্যৱস্থা কৰিছে বানাক্ৰান্ত ৰাইজে ৷

দৰঙৰ কুৰুৱা ব্ৰহ্মপুত্ৰই ছিঙিলে মথাউৰি

উল্লেখ্য যে,মঙলবাৰেই মথাউৰিটো ভঙাৰ উপক্ৰম হৈছিল যদিও বালিৰ বস্তাৰে মথাউৰিটো ৰক্ষাৰ চেষ্টা কৰা হৈছিল ৷ কিন্তু সকলো চেষ্টা বিফল কৰি বুধবাৰে মহাবাহুৰ কোবাল সোঁতে ছিঙি নিয়ে মথাউৰিটো ৷

Intro:দৰং জিলাৰ কুৰুৱাত ছিঙিল মথাউৰি। ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাঙি হোৰাহোৰে সোমাইছে পানী। উপৰ কুৰুৱাত মথাউৰি ছিঙাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত। দুৰ্গতক সহায়ৰ বাবে উপস্থিত হৈছে NDRF-SDRFৰ দল। মঙলবাৰেই মথাউৰিটো ভঙাৰ উপক্ৰম হৈছিল। বালিৰ বস্তাৰে মথাউৰিটো ৰক্ষাৰ চেষ্টা কৰা হৈছিল যদিও সেয়া বিফল হয়।Body:দৰং জিলাৰ কুৰুৱাত ছিঙিল মথাউৰি। ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাঙি হোৰাহোৰে সোমাইছে পানী। উপৰ কুৰুৱাত মথাউৰি ছিঙাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত। দুৰ্গতক সহায়ৰ বাবে উপস্থিত হৈছে NDRF-SDRFৰ দল। মঙলবাৰেই মথাউৰিটো ভঙাৰ উপক্ৰম হৈছিল। বালিৰ বস্তাৰে মথাউৰিটো ৰক্ষাৰ চেষ্টা কৰা হৈছিল যদিও সেয়া বিফল হয়।Conclusion:Debabrat
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.