ETV Bharat / state

বিজেপিৰ পতাকা জ্বলাই প্ৰতিবাদ দলগাঁৱত

author img

By

Published : Dec 12, 2019, 2:49 PM IST

ৰাষ্ট্ৰীয় ঘাইপথত বিজেপিৰ পতাকা আৰু টায়াৰ জ্বলাই পথ অৱৰোধ প্ৰতিবাদকাৰীৰ ৷ বন্ধ কৰি দিয়ে দলগাঁও থানাৰ মুল প্ৰৱেশ পথ  ৷

দলগাঁৱত ৰাজপথলৈ ওলাই আহিল সহস্ৰ লোক
দলগাঁৱত ৰাজপথলৈ ওলাই আহিল সহস্ৰ লোক

দলগাঁও, 12 ডিচেম্বৰ : জাতি ধ্বংসী অভিহিত কেব বাতিলৰ দাবীত দলগাঁৱত আঞ্চলিক আছুৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল স্থানীয় লোক ৷ প্ৰতিবাদত উত্তাল হৈ পৰে দৰঙৰ দলগাঁও ৷ 15নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপিৰ পতাকা আৰু টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে বন্ধ কৰে দলগাঁও থানাৰ মূল প্ৰৱেশ পথ ৷

প্ৰতিবাদত উত্তাল দলগাঁও

লগতে পঢ়ক: পুৱাই আছু কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল মৰিগাঁও

দলগাঁও, 12 ডিচেম্বৰ : জাতি ধ্বংসী অভিহিত কেব বাতিলৰ দাবীত দলগাঁৱত আঞ্চলিক আছুৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল স্থানীয় লোক ৷ প্ৰতিবাদত উত্তাল হৈ পৰে দৰঙৰ দলগাঁও ৷ 15নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপিৰ পতাকা আৰু টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে বন্ধ কৰে দলগাঁও থানাৰ মূল প্ৰৱেশ পথ ৷

প্ৰতিবাদত উত্তাল দলগাঁও

লগতে পঢ়ক: পুৱাই আছু কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল মৰিগাঁও

Intro:Slug== =DALGAON_PROTEST_AGAINST_CAB_

Byte= Public

## দৰঙৰ দলগাঁৱত আছু আৰু স্থানীয় ৰাইজৰ উদ্যোগত গৃহীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ ।
## ৰাজপথত বিজেপিৰ পতাকা , টায়াৰ জ্বলাই , প্ৰতিবাদ ,পথ অবৰোধ ।
Body:


দলগাও / ১২ ডিচেম্বৰ

লোকসভাৰ পিছত বুধবাৰে উচ্চ সদন ৰাজ্য সভাত বহু বিতৰ্কিত কেব গৃহীত হোৱাৰ পিছত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য । অসমীয়া জাতি উচনকাৰী কেব বাতিলৰ দাবীত দলগাও আঞ্চলিক আছুৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল স্থানীয় পুৰুষ মহিলা । বুধবাৰে ৰাজ্য সভাত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে উত্তাল হয় দৰঙৰ দলগাও ৷ গৃহীত কেব বাতিলৰ দাবীত প্ৰতিবাদকাৰী সকলে "জয় আই অসম", " গৃহীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক", কেব আমাক নালাগে নালাগে , "নৰেন্দ্ৰ মোডী মুৰ্দাবাদ", "অমিত শ্বাহ গ বেক ", "সৰ্বানন্দ সোনোৱাল গ বেক , "বাংলাদেশী হুচিয়াৰ , অসম চৰকাৰ হায় হায় "তুমি যদি অসমীয়া আমাৰ লগত ওলাই অহা , আদি ধ্বনিৰে আকাশ-বতাহ কপাঁই পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদ কাৰী সকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপিৰ পতাকা ও টায়াৰ জ্বলাই পথ অবৰোধ কৰাৰ লগতে দলগাও থানাৰ মুল প্ৰবেশ পথ বন্ধ কৰি কেব বিৰোধী শ্লগান দি উত্তাল কৰি তোলে দলগাঁৱৰ আকাশ বতাহ ।


Conclusion:আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.