ETV Bharat / state

গাঁঠিৰ ধন ভাঙি ৰাইজৰ বাবে দলং নিৰ্মাণ কৰিলে দৰঙৰ ছিদ্দিক আহমেদে - ৰূপহী

দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ৰূপহী কাষত নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজৰ সুবিধাৰ্থে এখন বাঁহৰ দলং নিৰ্মাণ কৰিলে ছিদ্দিক আহমেদ নামৰ এগৰাকী সচেতন লোক ৷

ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ৰূপহী কাষ
ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ৰূপহী কাষ
author img

By

Published : Sep 27, 2020, 8:02 PM IST

দৰং, 27 ছেপ্তেম্বৰ: এগৰাকী লোকে ব্যক্তিগতভাৱে আনুমানিক 90 হাজাৰ টকা ব্যয়েৰে ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ যাতায়াত সুচলৰ অৰ্থে নিৰ্মাণ কৰিলে কৰিলে এখন বাঁহৰ দলং ৷ চৰকাৰী অনুদান অবিহনেই দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ৰূপহী কাষত এখন বাঁহৰ দলং নিৰ্মাণ কৰিলে ছিদ্দিক আহমেদ নামৰ লোক গৰাকীয়ে ৷ লোক গৰাকীৰ এনে মহানুভতাৰ বাবে এতিয়াৰে যথেষ্টখিনি সুচল হৈ পৰিব বৃহত্তৰ অঞ্চলটোৰ লোকৰ যাতায়াত ৷

গাঁঠিৰ ধন ভাঙি ৰাইজৰ সুবিধাৰ্থে দলং নিৰ্মাণ দৰঙৰ এগৰাকী লোকৰ

লগতে পঢ়ক: আহিনমহীয়া বানৰ তাণ্ডৱ: কামপুৰৰ কেইবাখনো গাঁও পানীৰ তলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.