ETV Bharat / state

প্ৰস্ৰাৱগাৰলৈ পৰিণত খোৱা পানী যোগান কেন্দ্ৰ - TOILET

চিৰাং জিলাৰ বিজনী মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰটো এতিয়া পৰিণত হৈছে প্ৰস্ৰাৱগাৰলৈ ৷ এই বৃহৎ অঞ্চলটোত বিশুদ্ধ খোৱা পানী যোগানৰ কোনো সুবিধা নথকাত এতিয়া বিপাঙত পৰিছে ৰাইজ

WATER SUPPLY CENTRE AT CHIRANG
author img

By

Published : Apr 5, 2019, 4:14 PM IST

চিৰাং, 5 এপ্ৰিলঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পচলাগুৰি গাঁওস্থিত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰটো যোৱা আঠ-দহ বছৰৰ পূৰ্বে চৰকাৰৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছিল যদিও আজিকোপতি এটোপাল পানীও নাপালে অঞ্চলবাসীয়ে । বৰঞ্চ বিশুদ্ধ খোৱাপানী যোগান কেন্দ্ৰটো জংঘলেৰে আৱৰি ধৰাৰ ফলত বিভিন্ন লোকে প্ৰস্ৰাৱ- পায়খানা কৰিবলৈহে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । এই বৃহৎ অঞ্চলটোত বিশুদ্ধ খোৱা পানী যোগানৰ কোনো সুবিধা নথকাত এতিয়া বিপাঙত পৰিছে ৰাইজ ।

WATER SUPPLY CENTRE AT CHIRANG

চৰকাৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে এই অঞ্চলত বহুসংখ্যক কেন্দ্ৰ তৈয়াৰ কৰিছে যদিও আটাইবোৰ মাথো কাগজতে সীমিত হৈ আছে । চিৰাঙত এতিয়া শতাধিক এনে পৰিত্যক্ত খোৱা পানী যোগান আঁচনিৰ কেন্দ্ৰ আছে । চৰকাৰে কোটি টকা ব্যয় কৰি এনে কেন্দ্ৰসমূহ নিৰ্মাণ কৰিছে যদিও সেই সমূহ কাৰ্যকৰী কৰিব পৰা নাই ৷

Intro:চিৰাঙত প্ৰশ্ৰাৱাগাৰলৈ পৰ্যৱশিত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ কেন্দ্ৰ । এয়া চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পচলাগুৰি গাঁওস্থিত জিলা জনস্বাস্থ‍্য কাৰিকৰি বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰ । যোৱা আঠ/দহ বছৰ পুৰ্ব্বে চৰকাৰৰ কোটী টকা ব‍্যায় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰটোৰ পৰা আজিকোপতি এটোপাল পানীও নাপালে অঞ্চলবাসীয়ে । বৰঞ্চ বিশুদ্ধ খোৱাপানী যোগান কেন্দ্ৰটো যোৱা কিছুদিনৰ পৰা জংগলেৰে আৱি থকাৰ বাবে মানুহে প্ৰশ্ৰাৱ-পায়খানা কৰিবলৈহে ব‍্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। এয়া ইটিভি ভাৰতৰ কেমেৰাত বন্দি হোৱা এক্সক্লুছিভ দৃশ‍্য যত দেখিবলৈ পোৱা গৈছে শাৰী শাৰী মানুহে প্ৰশ্ৰাৱ কৰিবলৈ বিশুদ্ধ খোৱা পানীৰ যোগান কেন্দ্ৰটো ব‍্যৱহাৰ কৰিছে। বৃহৎ অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ কোনো ধৰনৰ ব‍্যৱস্থা নাই । চৰকাৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে এই ধৰনৰ কেবাটাও কেন্দ্ৰ বনাইছে যদিও আটাইবোৰ মাথো কাগজে কলমেহে আছে বাস্থৱত এই ধৰনৰ অৱস্থা । জিলাখনৰ প্ৰায় শতাধিক এনে ধৰনৰ পৰিত‍্যাক্ত খোৱা পানী যোগান আঁচনি কেন্দ্ৰ আছে । যোৱা প্ৰায় দুই দশকৰ পৰা কংগ্ৰেছ আৰু বিজেপিৰ নেতৃত্বৰ অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ অধিনত আছে জন স্বাস্থ‍্য কাৰিকৰী বিভাগ । চৰকাৰৰ কোটী টকা ব‍্যায় কৰি কেন্দ্ৰ সমূহ বনায় ঠিকে কিন্ত সেই সমূহ কাৰ্যকৰী নকৰে । এয়া ৰাজ‍্য খনৰ জনসাধাৰনক বিশুদ্ধ খোৱাপানী যোগানৰ ললিপপ হে মাথো । জনতাৰ ধন কমিচনৰ লোভত এনে আঁচনি বনায়,মন্ত্ৰী-বিধায়কে নিজৰ কমিচন ঠিকেই লাভ কৰে ঠিকাদাৰ সকলৰ পৰা খোৱাপানীৰ যোগান কেন্দ্ৰ সমূহ নিৰ্মাণ কৰি এইদৰে পৰিত‍্যাক্ত অৱস্থাত পেলাই থয় ।

বাইট : স্থানীয় লোকৰ দুটা বাইট দিলো। লগতে ডিফাৰ লাইভ এটা।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : স্থানীয় লোকৰ দুটা বাইট দিলো। লগতে ডিফাৰ লাইভ এটা।

Conclusion:যোৱা প্ৰায় দুই দশকৰ পৰা কংগ্ৰেছ আৰু বিজেপিৰ নেতৃত্বৰ অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ অধিনত আছে জন স্বাস্থ‍্য কাৰিকৰী বিভাগ । চৰকাৰৰ কোটী টকা ব‍্যায় কৰি কেন্দ্ৰ সমূহ বনায় ঠিকে কিন্ত সেই সমূহ কাৰ্যকৰী নকৰে । এয়া ৰাজ‍্য খনৰ জনসাধাৰনক বিশুদ্ধ খোৱাপানী যোগানৰ ললিপপ হে মাথো । জনতাৰ ধন কমিচনৰ লোভত এনে আঁচনি বনায়,মন্ত্ৰী-বিধায়কে নিজৰ কমিচন ঠিকেই লাভ কৰে ঠিকাদাৰ সকলৰ পৰা খোৱাপানীৰ যোগান কেন্দ্ৰ সমূহ নিৰ্মাণ কৰি এইদৰে পৰিত‍্যাক্ত অৱস্থাত পেলাই থয় ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.