ETV Bharat / state

মন্ত্ৰী চন্দন ব্ৰহ্মৰ সমষ্টিৰ পথৰ জৰাজীৰ্ণ পকী পথ

জিলাখনৰ বেংতলৰ পৰা শান্তিপুৰ হৈ ভূটানৰ গেলেফু লৈ যোৱাৰ একমাত্ৰ পথটোৰে এই জৰাজীৰ্ণ অৱস্থা ৷ কিন্ত দৃষ্টিগোচৰ নহয় কোনো চৰকাৰৰ।

author img

By

Published : Apr 30, 2019, 3:05 PM IST

মন্ত্ৰী চন্দন ব্ৰহ্মৰ সমষ্টিৰ পথৰ জৰাজীৰ্ণ পকী পথ

চিৰাং , 30 এপ্ৰিল : চিৰাঙৰ এটা পকী পথৰ দুৰৱস্থা । এজাক বৰষুণতে পুখুৰীৰ ৰূপ লয় পথটোৱে ৷ জিলাখনৰ বেংতলৰ পৰা শান্তিপুৰ হৈ ভূটানৰ গেলেফু লৈ যোৱাৰ একমাত্ৰ পথটোৰে এই জৰাজীৰ্ণ অৱস্থা ৷ কিন্ত দৃষ্টিগোচৰ নহয় কোনো চৰকাৰৰ। মন্ত্ৰী চন্দন ব্ৰহ্মৰ সমষ্টিতে বাট পথৰ এই দুৰৱস্থা ৷

মন্ত্ৰী চন্দন ব্ৰহ্মৰ সমষ্টিৰ পথৰ জৰাজীৰ্ণ পকী পথ

লগতে পঢ়ক : গোলাঘাটত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 123 সংখ্যক মৃত্যু তিথি

বাৰিষাৰ আৰম্ভণিতে এজাক বৰষুনতেই পুখুৰী সদৃশ হৈ পৰা এই পথটোৰে অহা যোৱা কৰোতে জীয়াতু ভোগিছে জনসাধাৰণে । কিন্তু বছৰ বছৰ ধৰি এই অৱস্থাৰে থকাৰ পাচতো পথটোলৈ দৃষ্টি নপৰে জনপ্ৰতিনিধিৰ ৷

Intro:চিৰাঙৰ এটা পকি পথৰ দুৰৱস্থা । এয়া জিলাখনৰ বেংতলৰ পৰা শান্তিপুৰ হৈ ভূটানৰ গেলেফু লৈ যোৱাৰ একমাত্ৰ পথৰ অৱস্থা । ঠায়ে ঠায়ে পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীৰ সদৃশ গাত । কেবাবছৰৰ পৰা এই পথৰ অৱস্থা এই ধৰনৰ। কিন্ত দৃষ্টিগোচৰ নহয় কোনো চৰকাৰৰ। এনে কি মডেল বিটিচি কতৃপক্ষও এই ক্ষেত্রত কোনো ব‍্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই । বাৰিষাৰ আৰম্ভনিতে এজাক বৰষুনতেই এই অৱস্থা হৈছে পথচোৱাৰ। ভৰ বাৰিষাত কি হব পাৰে এবাৰ চিন্তা কৰক । অঞ্চলবাসীৰ যাতায়াতত কি ধৰনৰ জমৰ যাযনা ভোগ কৰিব লাগিব সেয়া এচি ৰুমত থকা আৰু বিলাসি গাড়ীৰে ঘুৰিফুৰা জনপ্ৰতিনিধি সকলে উপলব্দি কৰিব কিদৰে । ৩১ নং চিদলী বিধান সভা সমষ্টি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ লোক সকলৰ ভোটেৰে বিজয়ি হোৱা জনপ্ৰতিনিধি সকলে এই ক্ষেত্ৰত আজিলৈ কোনো ব‍্যৱস্থা গ্ৰহন কৰা নাই । মন্ত্ৰী চন্দন ব্ৰহ্ম এইখন বিধান সভা সমষ্টিৰ পৰাই বিধায়ক নিৰ্ব্বাচিত হৈ অসম চৰকাৰৰ মন্ত্ৰীত্ব লাভ কৰিছে ।

বাইট : স্থানীয় লোক ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : স্থানীয় লোক ।

Conclusion:৩১ নং চিদলী বিধান সভা সমষ্টি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ লোক সকলৰ ভোটেৰে বিজয়ি হোৱা জনপ্ৰতিনিধি সকলে এই ক্ষেত্ৰত আজিলৈ কোনো ব‍্যৱস্থা গ্ৰহন কৰা নাই । মন্ত্ৰী চন্দন ব্ৰহ্ম এইখন বিধান সভা সমষ্টিৰ পৰাই বিধায়ক নিৰ্ব্বাচিত হৈ অসম চৰকাৰৰ মন্ত্ৰীত্ব লাভ কৰিছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.