ETV Bharat / state

মধ্যাহ্ন ভোজনঃ ভোকৰ ভাতৰ স্থান ৰাজপথ ! - বহিৰাগত ব্লেক লিষ্টেড NGO ক চৰকাৰে মধ্যাহ্ন ভোজনৰ নিবিদা প্ৰদানক লৈ উত্তাল প্ৰতিবাদ

সমগ্ৰ ৰাজ্য জ্বলিছে মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত ৷ বহিৰাগত ব্লেক লিষ্টেড NGO ক চৰকাৰে মধ্যাহ্ন ভোজনৰ নিবিদা প্ৰদানক লৈ উত্তাল প্ৰতিবাদ উজনিৰ পৰা নামনিলৈ ৷ ৰাজ্যৰ বিভিন্ন স্থানত ভাত-দাইলত ওলাইছে জেঠী মকৰাৰ দৰে বিভিন্ন পোক-পৰুৱা ৷

মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত জ্বলিল সমগ্ৰ ৰাজ্য
author img

By

Published : Nov 6, 2019, 9:26 PM IST

Updated : Nov 6, 2019, 11:19 PM IST

নিউজ ডেস্ক, 6 নৱেম্বৰঃ মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য৷ বহিৰাগত ব্লেক লিষ্টেড NGO ক চৰকাৰে মধ্যাহ্ন ভোজনৰ নিবিদা প্ৰদানক লৈ উত্তাল প্ৰতিবাদ উজনিৰ পৰা নামনিলৈ ৷ ৰাজ্যৰ বিভিন্ন স্থানত ভাত-দাইলত ওলাইছে জেঠী মকৰাৰ দৰে বিভিন্ন পোক-পৰুৱা ৷ চাওক আমাৰ বিশেষ প্ৰতিবেদনঃ

মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত জ্বলিল সমগ্ৰ ৰাজ্য

আৰু পঢ়কঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বান থিয়েটাৰত সাংস্কৃতিক অনুষ্ঠান

Intro:Body:চৰাইদেউত ৰান্ধনিৰ ভয়ত খাদ্য যোগান ধৰিবলৈ অস্বীকাৰ বাহন চালকৰ।সোণাৰিৰ নাফুকস্থিত NGOৰ ৰান্ধনি শাললৈ দলিয়ালে শিলগুটি।
Story-MIDDAY_MEAL
Ananta Smith
Sivasagar
06th November

চৰাইদেউ জিলাত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়মৰ অভিযোগ। আজি ছাত্ৰ-ছাত্ৰীয়ে নাপাব মধ্যাহ্ন ভোজন।ৰান্ধনিৰ ভয়ত খাদ্য যোগান ধৰিবলৈ অস্বীকাৰ বাহন চালকৰ। ৫ নৱেম্বৰৰ পৰা চৰাইদেউ জিলাত আৰম্ভ হোৱা মধ্যাহ্ন ভোজন আঁচনিৰ খাদ্য কম হোৱাত ঘুৰাই পঠিয়াইছিল বহু বিদ্যালয়ে।মধ্যাহ্ন ভোজন আঁচনিৰ নামত দায়িত্ব প্ৰাপ্ত NGOৰ বিৰুদ্ধে ব্যাপক বিসংগতিৰ অভিযোগ। আনহাতে দায়িত্ব প্ৰাপ্ত মাইক্ৰ এডুকেশ্বন এণ্ড চচিয়েল ৱেলফেয়াৰ নামৰ NGOৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ গাড়ী চালকৰ। কোনো ধৰণৰ চুক্তি নকৰাকৈ মধ্যাহ্ন ভোজনৰ খাদ্য পৰিবহনৰ নামত ব্যৱহাৰ কৰিছে ৪০ খনকৈ বাহন। বিদ্যালয় অনুপাতে যোগান ধৰা বাহন কম হোৱা বাবে সময়মতে পোৱা নাই খাদ্য। ৫০৬ খন বিদ্যালয়ৰ বিপৰীতে ৪০ খন ৰঘুনাথক বাহন ব্যৱহাৰ কৰাত সময়মতে যোগান ধৰিব পৰা নাই বুলি মন্তব্য। ৫ নৱেম্বৰত বাগিচা এলেকাৰ বহু বিদ্যালয়ত বিদ্যালয় ছুটিৰ পাছতহে যোগান ধৰিলে মধ্যাহ্ন ভোজন। ইফালে আজি সোণাৰিৰ নাফুকস্থিত NGOৰ ৰান্ধনি শাললৈ দলিয়ালে শিলগুটি। ক্ষতিগ্ৰস্ত AS-23CC-0619 নম্বৰৰ এখন বাহন।

Bite-চালকConclusion:
Last Updated : Nov 6, 2019, 11:19 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.