ETV Bharat / state

চিৰাঙত উপস্থিত মন্ত্ৰী চন্দন ব্ৰহ্ম - খহনীয়াগ্ৰস্থ লোক

শুকুৰবাৰে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ চিৰাঙত উপস্থিত মন্ত্ৰী চন্দন ব্ৰহ্ম ৷ মন্ত্ৰী চন্দন ব্ৰহ্মই গাঁও দুখন ভ্ৰমন কৰি ক্ষতিগ্ৰস্থ পৰিয়ালৰ লোক সকলক সঠিক ভাৱে ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে পৰ্য‍াপ্ত পৰিমাণে সাহায্য সামগ্ৰী যোগানৰ নিৰ্দেশ দিয়ে ।

FLOOD AFFECTED AREA VISIT MINISTER CHANDAN BRAMHA IN CHIRANG
চিৰাঙত উপস্থিত মন্ত্ৰী চন্দন ব্ৰহ্ম
author img

By

Published : Jul 24, 2020, 10:13 PM IST

চিৰাং,24 জুলাই : শুকুৰবাৰে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ চিৰাঙত উপস্থিত মন্ত্ৰী চন্দন ব্ৰহ্ম ৷ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তৰ বুজ লয় ৷

চিৰাঙত উপস্থিত মন্ত্ৰী চন্দন ব্ৰহ্ম

আই নদীৰ গৰাখহনীয়াত ইতিমধ্যে নেপালপাৰা গাঁৱৰ ৬২টা পৰিয়ালৰ ঘৰ আৰু ডেবৰবিল গাঁৱত ১৬ টা পৰিয়ালৰ ঘৰ গৰাখহনীয়াত জাহ গৈছে । গাঁও দুখনৰ খহনীয়াগ্ৰস্ত লোকসকলে আশ্ৰয় শিবিৰ পাতি থাকিবলৈ লৈছে । শুকুৰবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মই গাঁও দুখন ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকসকলক সঠিক ভাৱে ক্ষতিপুৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে পৰ্য‍াপ্ত পৰিমাণে সাহায্য সামগ্ৰী যোগানৰ নিৰ্দেশনা দিয়ে ।

চিৰাঙত উপস্থিত মন্ত্ৰী চন্দন ব্ৰহ্ম

উল্লেখযোগ্য যে,ৰাজ্যত বানপানীৰ কবলত পৰিছে প্ৰায় 28 খন জিলা ৷ শেহতীয়াভাৱে বানত ব্যাপকভাৱে প্ৰভাৱিত হৈছে ৰাজ্যৰ 74 টা ৰাজহ চক্ৰৰ মুঠ 2,634 খন গাঁও ৷ ৰাজ্যৰ অন্ন জিলাৰ লগতে চিৰাং জিলাতো বানপানীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে,জিলাখনত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে আশ্ৰয় শিবিৰত বসবাস কৰিছে ৷

লগতে পঢ়ক : এম্বুলেঞ্চ চালকৰ ৰূপত বকোৰ বিধায়িকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.