ETV Bharat / state

চিৰাঙত বনৰীয়া হাতীৰ তাণ্ডৱ

author img

By

Published : Jul 14, 2019, 5:24 PM IST

চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৰ ৩ নং দৈলংঝাৰত শনিবাৰে নিশা বনৰীয়া হাতীৰ তাণ্ডৱ। প্ৰায় ১৫ টা ঘৰৰ ক্ষতিসাধন ।

চিৰাঙত বনৰীয়া হাতীৰ তাণ্ডৱ

চিৰাং,14জুলাইঃ চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৩নং দৈলংঝাৰত শনিবাৰে নিশা বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই ১২ ৰ পৰা ১৫ টাকৈ বাসগৃহৰ ব্যাপক ক্ষতি কৰে । অঞ্চলটোত প্ৰায় সপ্তাহ ধৰি চলি আছে বনৰীয়া হাতীৰ এই উপদ্ৰৱ । এফালে বৰষুণ, বান আনফালে বনৰীয়া হাতীৰ উপদ্ৰৱ । উল্লেখ্য যে শনিবাৰে নিশা মানাহৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ দলে অঞ্চলটোত সোমাই লণ্ড ভণ্ড কৰে কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ ঘৰ । অঞ্চলটোৰ ক্ৰমে দিলীপ মজুমদাৰ, বাবুল ৰায়, অসিৎ দাস, কুলজিৎ মণ্ডল, দেৱ দে তথা আন কেবাজনো লোকৰ বাসগৃহৰ ক্ষতি হয় ৷

Intro:চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৰ ৩ নং দৈলংঝাৰত যোৱা নিশা বনৰীয়া হাতীৰ তাণ্ডৱ। প্ৰায় ১৫ টা ঘৰৰ ক্ষতিসাধন ।
Body:
চিৰাং জিলাৰ বিজনী মহকুমা অন্তৰ্গত বিজনীৰ ভাৰত ভূটান সীনান্তৱৰ্তি ৩নং দৈলংঝাৰত যোৱা নিশা প্ৰায় ২টা মান বজাত বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই ১২ ৰ পৰা ১৫ খন কৈ বাসগৃহৰ ব্যাপক ক্ষতি কৰে। অঞ্চলটোত প্ৰায় সপ্তাহ ধৰিয়ে চলি আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। এফালে বৰষুন, বানপানী আনফালে বনৰীয়া হাতীৰ উপদ্ৰৱ । যোৱা নিশা মানাহৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ দলে অঞ্চলটোত সোমাই ভাঙি চিঙি লণ্ড ভণ্ড কৰে কেইবাখনো দৰিদ্ৰ লোকৰ ঘৰ । বন বিভাগ তথা প্ৰশাসনৰ নাই কোনো কানসাৰ। উল্লখ যে যোৱা নিশা দেৱ দেৰ ঘৰত আছিলে বিৱাহ অনুষ্ঠান, অনুষ্ঠান শেষ হোৱাৰ পিছতে হাতীয়ে চলালে তাণ্ডৱ। ক্ষতিগ্ৰস্থ পৰিয়াল সমূহৰ ক্ৰমে দিলীপ মজুমদাৰ, বাবুল ৰায়, অসিৎ দাস, কুলজিৎ মণ্ডল, দেৱ দে তথা আন কেবাজনো লোকৰ ক্ষতি হয় ।

বাইট : ক্ষতিগ্ৰস্থ ।Conclusion:বন্য হস্থীয়ে ক্ষতিসাধন কৰা উক্ত পৰিয়াল সমূহে চৰকাৰৰ ওচৰত সংবাদ মাধ্যমৰ যোগে দাবী জনায় যে অঞ্চলটোত হাতীয়ে উপদ্ৰৱ চলোৱা ক্ষতিগ্ৰস্থ পৰিয়াল সমূহক সাহাৰ্য্যৰ ব্যৱস্থা কৰে যেন।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.