ETV Bharat / state

চিৰাঙৰ হাতী-মানুহৰ সমস্যাক লৈ ডব্লিউ ডব্লিউ এফৰ প্ৰতিক্ৰিয়া - হাতী প্ৰতিৰোধৰ বাবে লগোৱা কাঁইটীয়া তাঁৰ

চিৰাঙত নিতৌ হৈ অহা বন্যহস্তী আৰু মানুহৰ সংঘাতৰ বিষয়ে কি কয় স্থানীয় লোক আৰু প্ৰকৃতিপ্ৰেমী সংস্থা ডব্লিউ ডব্লিউ এফে । এক সংক্ষিপ্ত পৰ্যালোচনা ।

চিৰাঙৰ হাতী মানুহৰ সমস্যাক লৈ ডব্লিউ ডব্লিউ এফৰ প্ৰতিক্ৰিয়া

author img

By

Published : Dec 21, 2020, 10:54 PM IST

চিৰাং, 21 ডিচেম্বৰ : চিৰাং জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত নিতৌ হস্তী-মানুহৰ সংঘাতৰ তথ্য পোহৰলৈ আহি আছে । আচলতে বন বিভাগে এই সংঘাত প্ৰতিৰোধৰ বাবে কি কৰিছে সেয়া এতিয়াও স্পষ্ট নহয় ।

চিৰাঙৰ হাতী মানুহৰ সমস্যাক লৈ ডব্লিউ ডব্লিউ এফৰ প্ৰতিক্ৰিয়া
হাতীৰ বৃহৎ জাক

কিন্তু জিলাখনৰ বিজনীৰ উত্তৰাঞ্চলত গ'লেই দেখিবলৈ পোৱা যায় প্ৰতিঘৰ লোকৰ লগে লগে পথৰ দাঁতিত ৰচীত পলিথিন মেৰীয়াই হাতী খেদাৰ বৃথা চেষ্টা । গাঁওবাসী উপায়ান্তৰ হৈ নিজে নিজেই কিছু পন্থা অৱলম্বন কৰি বন্যহস্তীৰ আক্ৰমণৰ পৰা নিজৰ লগতে ঘৰখন আৰু খেতি পথাৰ ৰক্ষাৰ চেষ্টা চলাইছে ।

হাতী প্ৰতিৰোধৰ বাবে লগোৱা কাঁইটীয়া তাঁৰ

ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত বহু লোকৰ প্ৰাণ গৈছে আৰু বহু লোক গৃহহাৰাও হৈছে ৷ প্ৰকৃতিপ্ৰেমী সংস্থা ডব্লিউ ডব্লিউ এফৰ এজন বিষয়াই হস্তী মানুহৰ সংঘাতৰ সম্পূৰ্ণ বিষয়টো সন্দৰ্ভত বৰ্ণনা কৰে ।

গাঁওবাসীৰ প্ৰতিক্ৰিয়া

ঠায়ে ঠায়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তত বন্যহস্তী যাতে ওলাই আহিব নোৱাৰে তাৰ বাবে কাঁইটীয়া তাঁৰ লগোৱা পৰিলক্ষিত হ'ল চিৰাঙৰ বিষ্ণুপুৰ,দৈলংঝাৰ আদি অঞ্চলত যদিও সৰহ সংখ্যক ঠাইতে তাৰ ছিগিছে,তাঁৰ লগোৱা খুঁটাসমূহ উভালি পৰিছে ।

ডব্লিউ ডব্লিউ এফৰ প্ৰতিক্ৰিয়া

এই সমূহৰ কোনো ৰক্ষণাবেক্ষণ দিওতা নাই । যাৰ বাবেই হয়তো নিতৌ খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক ওলাই আহে জন বসতিপূৰ্ণ গাঁৱলৈ আৰু ব্যাপক হাৰত ক্ষতি কৰে গঞাৰ ।

লগতে পঢ়ক : বন্যহস্তীৰ উপদ্ৰৱত উজাগৰী নিশা কটাইছে চামগুৰিবাসীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.